Skip to content
The Believer's Library

Indian Revised Version (IRV) Assamese - 2019

Ezra 2 IRVAsm

Show IRVAsm only
Verse × ×
1 These are the province's people who came up from captivity—those Nebuchadnezzar king of Babylon exiled to Babylon. They returned to Jerusalem and Judah, each to his own town. যি লোক সকলক ৰজা নবূখদনেচৰে বন্দী কৰি লৈ গৈছিল, তেওঁলোকক বাবিলত বন্দী কৰি ৰাখিছিল। পাছত এই বন্দীত্বৰ পৰা মুকলি হৈ তেওঁলোক নিজৰ নগৰ যিৰূচালেম আৰু যিহূদালৈ উভতি আহিল।
2 They came with Zerubbabel, Jeshua, Nehemiah, Seraiah, Reelaiah, Mordecai, Bilshan, Mispar, Bigvai, Rehum, Baanah—the count of Israel's men: তেওঁলোক জৰুব্বাবিল, যেচুৱা, নহিমিয়া, চৰায়া, ৰিয়েলায়া, মৰ্দখয়, বিলচন, মিস্পৰ, বিগবয়, ৰহূম, আৰু বানা, এওঁলোকৰ লগত আহিল।
3 The sons of Parosh, 2,172; পৰিয়োচৰ বংশধৰসকলৰ সংখ্যা: দুই হাজাৰ এশ বাসত্তৰ জন।
4 the sons of Shephatiah, 372; চফটিয়াৰ বংশধৰসকলৰ সংখ্যা: তিনিশ বাসত্তৰ জন।
5 the sons of Arah, 775; আৰহৰ বংশধৰসকলৰ সংখ্যা: সাত শ পঁয়সত্তৰ জন,
6 the sons of Pahath-moab, namely the sons of Jeshua and Joab, 2,812; যেচুৱা আৰু যোৱাবৰ দ্বাৰাই পহৎ-মোৱাবৰ বংশধৰসকলৰ সংখ্যা: দুই হাজাৰ আঠ শ বাৰজন।
7 the sons of Elam, 1,254; এলমৰ বংশধৰসকলৰ সংখ্যা: এক হাজাৰ দুশ চৌৱন্ন জন।
8 the sons of Zattu, 945; জত্তুৰ বংশধৰসকলৰ সংখ্যা: নশ পঞ্চল্লিশ জন।
9 the sons of Zaccai, 760; জক্কয়ৰ বংশধৰসকলৰ সংখ্যা: সাত শ ষাঠি জন।
10 the sons of Bani, 642; বাণীৰ বংশধৰসকলৰ সংখ্যা ছশ বিয়াল্লিশ জন।
11 the sons of Bebai, 623; বেবয়ৰ বংশধৰসকলৰ সংখ্যা ছশ তেইশ জন।
12 the sons of Azgad, 1,222; অজগদৰ বংশধৰসকলৰ সংখ্যা এক হাজাৰ দুশ বাইশ জন।
13 the sons of Adonikam, 666; অদোনীকামৰ বংশধৰসকলৰ সংখ্যা: ছশ ছয়ষষ্ঠি জন।
14 the sons of Bigvai, 2,056; বিগবয়ৰ বংশধৰসকলৰ সংখ্যা: দুই হাজাৰ ছাপন্ন জন।
15 the sons of Adin, 454; আদীনৰ বংশধৰসকলৰ সংখ্যা: চাৰিশ চৌৱন্ন জন।
16 the sons of Ater, namely of Hezekiah, 98; হিষ্কিয়াৰ বংশধৰসকলৰ পৰা অহা আটেৰৰ লোকসকলৰ সংখ্যা: আঠানব্বৈ জন।
17 the sons of Bezai, 323; বেচয়ৰ বংশধৰসকলৰ সংখ্যা: তিনিশ তেইশ জন।
18 the sons of Jorah, 112; যোৰাৰ বংশধৰসকলৰ সংখ্যা: এশ বাৰ জন।
19 the sons of Hashum, 223; হাচুমৰ লোকসকলৰ সংখ্যা: দুশ তেইশ জন।
20 the sons of Gibbar, 95; গিব্বৰৰ লোকসকলৰ সংখ্যা: পঞ্চানব্বৈ জন।
21 the men of Bethlehem, 123; বৈৎলেহেমৰ লোকসকলৰ সংখ্যা: এশ তেইশ জন।
22 the men of Netophah, 56; নটোফাৰ লোকসকলৰ সংখ্যা: ছাপন্ন জন।
23 the men of Anathoth, 128; অনাথোতৰ লোকসকলৰ সংখ্যা: এশ আঠাইশ জন।
24 the men of Azmaveth, 42; অজমাবতৰ লোকসকলৰ সংখ্যা: বিয়াল্লিশ জন।
25 the men of Kiriath-arim, Chephirah, and Beeroth, 743; কিৰিয়ৎ-আৰীম, কফীৰা, আৰু বেৰোতৰ লোকসকলৰ সংখ্যা: সাতশ তিয়ল্লিশ জন।
26 the men of Ramah and Geba, 621; ৰামা আৰু গেবাৰ লোকসকলৰ সংখ্যা: ছশ একৈশ জন।
27 the men of Michmas, 122; মিকমচৰ লোকসকলৰ সংখ্যা: এশ বাইশ জন।
28 the men of Bethel and Ai, 223; বৈৎএল আৰু অয়ৰ লোকসকলৰ সংখ্যা: দুশ তেইশ জন।
29 the men of Nebo, 52; নবোৰ লোকসকলৰ সংখ্যা: বাৱন্ন জন।
30 the men of Magbish, 156; মগবীচৰ লোকসকলৰ সংখ্যা: এশ ছাপন্ন জন।
31 the sons of the other Elam, 1,254; অন্য এজন এলমৰ লোকসকলৰ সংখ্যা: এক হাজাৰ দুশ চৌৱন্ন জন।
32 the sons of Harim, 320; হাৰীমৰ লোকসকলৰ সংখ্যা: তিনিশ বিশ জন।
33 the men of Lod, Hadid, and Ono, 725; লোদ, হাদীদ, আৰু ওনোৰ লোকসকলৰ সংখ্যা: সাতশ পঁচিশ জন।
34 the men of Jericho, 345; যিৰীহোৰ লোকসকলৰ সংখ্যা: তিনিশ পঞ্চল্লিশ জন।
35 the men of Senaah, 3,630. চনাৱাৰ লোকসকলৰ সংখ্যা: তিনি হাজাৰ ছশ ত্ৰিশ জন।
36 The priests: the sons of Jedaiah, of the house of Jeshua, 973; পুৰোহিতসকল; যেচুৱাৰ ঘৰৰ পৰা অহা যিদয়াৰ বংশধৰসকলৰ সংখ্যা: নশ ত্ৰেসত্তৰ জন।
37 the sons of Immer, 1,052; ইম্মেৰৰ বংশধৰসকলৰ সংখ্যা: এক হাজাৰ বাৱন্ন জন।
38 the sons of Pashhur, 1,247; পচহুৰৰ বংশধৰসকলৰ সংখ্যা: এক হাজাৰ দুশ সাতচল্লিশ জন।
39 the sons of Harim, 1,017. হাৰীমৰ বংশধৰসকলৰ সংখ্যা: এক হাজাৰ সোঁতৰ জন।
40 The Levites: the sons of Jeshua and Kadmiel, of the sons of Hodaviah, 74. লেবীয়াসকল: হোদবিয়াৰ বংশধৰসকলৰ মাজৰ পৰা যেচুৱা আৰু কদ্মীয়েলৰ বংশধৰসকলৰ সংখ্যা: চৌসত্তৰ জন।
41 The singers: the sons of Asaph, 128. মন্দিৰৰ গায়কসকল: আচফৰ বংশধৰসকলৰ সংখ্যা: এশ আঠাইশ জন।
42 The gatekeepers: descendants of Shallum, Ater, Talmon, Akkub, Hatita, and Shobai—139 in all. দুৱৰীসকলৰ বংশধৰসকলৰ: চল্লুম, আটেৰ, টল্মোন, অক্কুব, হটীটা, আৰু চোবয় বংশধৰসকলৰ সংখ্যা: সৰ্ব্বমুঠ এশ উনচল্লিশ জন।
43 The temple servants: the sons of Ziha, the sons of Hasupha, the sons of Tabbaoth, যিসকলক মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোক হ’ল: চীহা, হচুফা, টব্বায়োৎ,
44 the sons of Keros, the sons of Siaha, the sons of Padon, কেৰোচ, চীয়হা, পাদোন,
45 the sons of Lebanah, the sons of Hagabah, the sons of Akkub, লবানা, হগাবা, অক্কুব,
46 the sons of Hagab, the sons of Shamlai, the sons of Hanan, হাগব, চলম্য়, আৰু হাননৰ, বংশধৰসকল।
47 the sons of Giddel, the sons of Gahar, the sons of Reaiah, গিদ্দেল, গহৰ, ৰায়া,
48 the sons of Rezin, the sons of Nekoda, the sons of Gazzam, ৰচীন, নকোদা, গজ্জম,
49 the sons of Uzza, the sons of Paseah, the sons of Besai, উজ্জা, পাচেহ, বেচয়,
50 the sons of Asnah, the sons of Meunim, the sons of Nephisim, অস্না, মিয়ূনীম, আৰু নফূচীমৰ, বংশধৰসকল।
51 the sons of Bakbuk, the sons of Hakupha, the sons of Harhur, বকবুক, হকুফা, হৰ্হূৰ,
52 the sons of Bazluth, the sons of Mehida, the sons of Harsha, বস্লোত, মহীদা, হৰ্চা,
53 the sons of Barkos, the sons of Sisera, the sons of Temah, বৰ্কোচ, চীচৰা, তেমহ,
54 the sons of Neziah, and the sons of Hatipha. নচীহ, আৰু হটীফাৰ বংশধৰসকল।
55 The sons of Solomon's servants: the sons of Sotai, the sons of Hassophereth, the sons of Peruda, চলোমনৰ দাসবোৰৰ বংশধৰসকল: চোটয়, হচ্ছোপেৰৎ, পৰূদা,
56 the sons of Jaalah, the sons of Darkon, the sons of Giddel, যালা, দৰ্কোণ, গিদ্দেল,
57 the sons of Shephatiah, the sons of Hattil, the sons of Pochereth-hazzebaim, and the sons of Ami. চফটিয়া, হত্তীল, পোখৰৎ-হচবয়িম, আৰু আমী। এওঁলোকৰ বংশধৰ।
58 All the temple servants and the sons of Solomon's servants were 392. চলোমনৰ দাসবোৰৰ বংশধৰসকল আৰু যিসকলক মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোক সৰ্ব্বমুঠ তিনিশ বিৰানব্বৈ জন আছিল।
59 The following came up from Tel-melah, Tel-harsha, Cherub, Addan, and Immer, but could not prove that they or their families were Israelite: যিসকল তেল-মেলহ, তেল-হৰ্চা, কৰূব, অদ্দন, আৰু ইম্মেৰ এৰি আহিছিল, কিন্তু তেওঁলোক যিৰূচালেমত থকা পূৰ্বপুৰুষৰ একো প্ৰমাণ দিব নোৱাৰিছিল। তেওঁলোক হ’ল:
60 the sons of Delaiah, the sons of Tobiah, and the sons of Nekoda, 652. দলায়াৰ টোবিয়াৰ আৰু নকোদাৰ বংশধৰসকলৰ সংখ্যা: ছশ বাৱন্ন জন।
61 From the priests' sons: the sons of Habaiah, the sons of Hakkoz, and the sons of Barzillai, who married a daughter of Barzillai the Gileadite and took that family's name. পুৰোহিতসকলৰ বংশধৰসকল: হবয়া, হক্কোচ, আৰু বৰ্জ্জিল্লয় (যিজনে গিলিয়দৰ বৰ্জ্জিল্লয়ৰ মহিলাৰ মাজৰ এজনীক বিয়া কৰিলে, আৰু তেওঁলোকৰ নামেৰে তেওঁৰ নামাকৰণ হ’ল)
62 They searched genealogical records for their names, found none, and were excluded from the priesthood as unclean. তেওঁলোকে বংশাৱলীৰ পত্রত তেওঁলোকৰ বংশৰ বৃত্তান্ত বিচাৰিবলৈ চেষ্টা কৰিলে, কিন্তু বিচাৰি নাপালে, সেয়ে তেওঁলোকক কলুষিত বুলি পুৰোহিত বাবৰ পৰা আঁতৰোৱা হ’ল।
63 The governor told them not to eat the most holy food until a priest stood with the Urim and Thummim. তেওঁলোকক অধিপতিয়ে কৈছিল, যেতিয়ালৈকে ঊৰীম আৰু তুম্মিমৰ সৈতে এজন পুৰোহিতে অনুমোদন নকৰে তেতিয়ালৈকে তোমালোকে কিছুমান উৎসৰ্গিত পবিত্র বস্তু নাখাবা।
64 The whole assembly together numbered 42,360, সৰ্ব্বমুঠ গোটেই দলটোৰ সংখ্যা: বিয়াল্লিশ হাজাৰ তিনিশ ষাঠীজন আছিল;
65 besides their male and female servants, who were 7,337; and they had 200 male and female singers. তেওঁলোকৰ দাস-দাসী সকলক (তেওঁলোক সাত হাজাৰ তিনিশ সাতত্ৰিশ জন) আৰু তেওঁলোকৰ মন্দিৰৰ গায়ক-গায়িকা সকলক (দুশ জন) অন্তৰ্ভুক্ত কৰা হোবা নাছিল।
66 Their horses were 736, their mules 245, তেওঁলোকৰ সাতশ চয়ত্ৰিশ টা ঘোঁৰা, দুশ পঞ্চল্লিশটা খছৰ,
67 their camels 435, and their donkeys 6,720. চাৰিশ পঁয়ত্ৰিশ টা উট, আৰু ছয় হাজাৰ সাতশ বিশ টা গাধ আছিল।
68 When they reached the house of our Father in Jerusalem, some family heads gave voluntary offerings for the house of our Father, to rebuild it on its site. যেতিয়া তেওঁলোকে যিৰূচালেমত থকা যিহোৱাৰ গৃহলৈ গৈছিল, তেতিয়া যিহোৱাৰ গৃহ নিৰ্ম্মাণৰ অৰ্থে সন্মানীয় ব্যক্তিসকলে ইচ্ছাকৃত উপহাৰ দান কৰিছিল।
69 As they were able, they gave the work's treasury 61,000 gold coins, about 6,250 pounds of silver, and one hundred priests' garments. তেওঁলোকে নিজৰ শক্তি অনুসাৰে সেই কামৰ বাবে পুঁজিত এষষ্ঠি হাজাৰ সোণৰ মূদ্রা পাঁচ হাজাৰ ৰূপৰ মিনা আৰু পুৰোহিতে পিন্ধা এশখন বস্ত্ৰ দিলে।
70 The priests, Levites, some of the people, singers, gatekeepers, and temple servants settled in their towns—all Israel in their towns. পুৰোহিতসকল, লেবীয়াসকল, লোকসকল, মন্দিৰৰ গায়কসকল আৰু দুৱৰীসকল, আৰু যিসকলক নিজৰ নগৰৰ মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোক নিজৰ নগৰবোৰত বাস কৰিছিল। ইস্ৰায়েলৰ সকলো লোক নিজৰ নগৰবোৰত আছিল।
FHB

Scripture from Father’s Heart Bible™. © 2026 Spirit Media Publishing, the imprint of Spirit Media Inc. All rights reserved. In Divine Voice™ Color, the words spoken by our Father show in blue, the words of the Son in red, and the words of the Spirit in purple.

IRVAsm

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.
Indian Revised Version (IRV) Assamese - 2019 · Creative Commons - Attribution-ShareAlike [CC BY-SA]