Skip to content
The Believer's Library

Indian Revised Version (IRV) Assamese - 2019

1 Chronicles 8 IRVAsm

Show IRVAsm only
Verse × ×
1 Benjamin fathered Bela his firstborn, Ashbel the second, Aharah the third, বিন্যামীনৰ পাঁচ জন পুত্র, তেওঁৰ প্ৰথম পুত্র বেলা, তাৰ পাছত অচবেল, অহৰহ,
2 Nohah the fourth, and Rapha the fifth. নোহা, আৰু ৰাফা।
3 Bela had sons: Addar, Gera, Abihud, বেলাৰ পুত্র অদ্দৰ, গেৰা, অবীহূদ,
4 Abishua, Naaman, Ahoah, অবীচূৱা, নামন, অহোহ,
5 Gera, Shephuphan, and Huram. গেৰা, চফুফন, আৰু হূৰম।
6 These were Ehud's sons—clan heads over Geba's residents, exiled to Manahath: এওঁলোক এহূদৰ বংশৰ লোক, এওঁলোক গেবাৰ গোষ্ঠীৰ মূৰব্বী আছিল, মানহতলৈ যাবলৈ বাধ্য কৰা লোক এওঁলোক:
7 Naaman, Ahijah, and Gera—Gera exiled them—and fathered Uzza and Ahihud. নামন, অহিয়া, আৰু গেৰা। তেওঁলোকৰ যাত্ৰাত গেৰাই নেতৃত্ব দিছিল। গেৰাৰ পুত্র উজ্জা আৰু অহীহূদ।
8 Shaharaim fathered children in Moab's territory after sending away his wives Hushim and Baara. চহৰয়িমে তেওঁৰ ভাৰ্যা হূচীম আৰু বাৰাক ত্যাগ কৰাৰ পাছত, চহৰয়িম মোৱাব দেশত তেওঁৰ সন্তান সকলৰ পিতৃ হ’ল।
9 By his wife Hodesh he fathered Jobab, Zibia, Mesha, Malcam, তেওঁৰ ভাৰ্যা হোদচৰ পৰা জন্ম হোৱা পুত্র যোবব, চিবিয়া মেচা, আৰু মল্কমৰ তেওঁ পিতৃ হ’ল।
10 Jeuz, Sachia, and Mirmah. These were his sons, heads of families. যিয়ূচ, চবিয়া, আৰু মিৰ্মা। এওঁলোক তেওঁৰ পুত্র আছিল আৰু তেওঁলোকৰ গোষ্ঠীৰ নেতা আছিল।
11 By Hushim he fathered Abitub and Elpaal. ইতিমধ্যে তেওঁ হূচীমে জন্ম দিয়া পুত্র অবীটুব আৰু ইল্পালৰ পিতৃ হ’ল।
12 The sons of Elpaal: Eber, Misham, and Shemed, who built Ono and Lod with its surrounding towns, ইল্পালৰ পুত্র এৰব, মিচয়ম, আৰু চেমদ, তেৱেঁই ওনো আৰু চাৰিওফালৰ গাৱেঁ সৈতে লোদৰ নিৰ্ম্মাণ কৰিছিল,
13 Beriah and Shema were family heads of Aijalon's residents; they drove out Gath's residents. তাত বৰীয়া আৰু চেমাও আছিল। তেওঁলোক অয়ালোন নিবাসী গোষ্ঠীৰ প্রধান লোক, যি জনে গাত নিবাসীসকলক বাহিৰ কৰি দিছিল।
14 Ahio, Shashak, Jeremoth, এওঁলোক বৰীয়াৰ পুত্র: অহিয়ো, চাচক, যিৰেমোৎ,
15 Zebadiah, Arad, Eder, জবদিয়া অৰদ, এদৰ,
16 Michael, Ishpah, and Joha were the sons of Beriah. মীখায়েল, যিস্পা, আৰু যোহা,
17 Zebadiah, Meshullam, Hizki, Heber, এওঁলোক ইল্পালৰ পুত্র: জবদিয়া, মচুল্লম, হিস্কী, হেবৰ, যিচমৰয়, যিজলিয়া, আৰু যোবব,
18 Ishmerai, Izliah, and Jobab were the sons of Elpaal. Not in this edition
19 Jakim, Zichri, Zabdi, এওঁলোক চিমিয়ীৰ পুত্র: যাকীম, জিখ্ৰী, জব্দী, ইলীঐনয়, চিল্লথয়, ইলীয়েল, অদায়া, বৰায়া, আৰু চিম্ৰৎ।
20 Elienai, Zillethai, Eliel, Not in this edition
21 Adaiah, Beraiah, and Shimrath were the sons of Shimei. Not in this edition
22 Ishpan, Eber, Eliel, এওঁলোক চাচকৰ পুত্র: যিস্পন, এৰব, ইলীয়েল, অব্দোল, জিখ্ৰী, হানন, হননিয়া, এলম, অন্তোথিয়া, যিফদিয়া আৰু পনূৱেল,
23 Abdon, Zichri, Hanan, Not in this edition
24 Hananiah, Elam, Anthothijah, Not in this edition
25 Iphdeiah, and Penuel were the sons of Shashak. Not in this edition
26 Shamsherai, Shehariah, Athaliah, এওঁলোক যিৰোহমৰ পুত্র: চমচৰয়, চহৰিয়া, অথলিয়া, যৰেচিয়া, এলিয়া, আৰু জিখ্ৰী,
27 Jaareshiah, Elijah, and Zichri were the sons of Jeroham. Not in this edition
28 These were family heads and chiefs, recorded in their genealogies; they lived in Jerusalem. এওঁলোক যিৰূচালেমত বাস কৰা লোকসকলৰ বংশৰ প্রধান লোক আৰু নেতা আছিল।
29 In Gibeon lived the father of Gibeon, whose wife was named Maacah, গিবিয়োনৰ পিতৃ যিয়ীয়েল গিবিয়োনত বাস কৰিছিল; তেওঁৰ ভাৰ্য্যাৰ নাম মাখা আছিল।
30 and his firstborn son was Abdon, then Zur, Kish, Baal, Nadab, তেওঁৰ প্ৰথমে জন্মা পুত্র আব্দোন, তাৰ পাছত চূৰ, কীচ, বাল, নাদব,
31 Gedor, Ahio, and Zecher. গদোৰ, অহিয়ো, আৰু জেখৰ।
32 Mikloth fathered Shimeah. These too lived alongside their relatives in Jerusalem. আন এজন যিজীয়েলৰ পুত্র মিক্লোত, মিক্লোতৰ পুত্র চিমিয়া। তেওঁলোকে নিজৰ সম্বন্ধীয় সকলৰ ওচৰতে যিৰূচালেমত বাস কৰিছিল।
33 Ner fathered Kish, Kish fathered Saul, and Saul fathered Jonathan, Malchi-shua, Abinadab, and Eshbaal. নেৰৰ পুত্র কীচ আছিল। কিচৰ পুত্র চৌল আছিল। চৌলৰ পুত্র যোনাথন, মল্কীচুৱা, অবীনাদব, আৰু ইচবাল।
34 The son of Jonathan was Merib-baal, and Merib-baal fathered Micah. যোনাথনৰ পুত্র মৰীব-বাল। মৰীব-বালৰ পুত্র মীখা আছিল।
35 The sons of Micah: Pithon, Melech, Tarea, and Ahaz. মীখাৰ পুত্র পীথোন, মেলক, তৰেয়া, আৰু আহজ।
36 Ahaz fathered Jehoaddah, Jehoaddah fathered Alemeth, Azmaveth, and Zimri, and Zimri fathered Moza. আহজৰ পুত্র যিহোৱদ্দা। যিহোৱদ্দাৰ পুত্র আলোমোৎ, অজমাবৎ, আৰু যিম্ৰী। যিম্ৰীৰ পুত্র মোচা।
37 Moza fathered Binea; Raphah was his son, Eleasah his son, Azel his son. মোচাৰ পুত্র বিনিয়া। বিনিয়াৰ পুত্র ৰাফা। ৰাফাৰ পুত্র ইলিয়াচা। ইলিয়াচাৰ পুত্র আচেল।
38 Azel's six sons: Azrikam, Bocheru, Ishmael, Sheariah, Obadiah, Hanan—all sons of Azel. আচেলৰ ছয় জন পুত্র আছিল: অজ্ৰীকাম, বোখৰু, ইশ্মায়েল, চিয়ৰিয়া, ওবদিয়া, আৰু হানন। এওঁলোক সকলো আচেলৰ সন্তান।
39 The sons of Eshek his brother: Ulam his firstborn, Jeush the second, and Eliphelet the third. আচেলৰ ভায়েক এচেকৰ প্রথম পুত্র উলম, দ্বিতীয় যিয়ুচ, আৰু তৃতীয় ইলীফেলট।
40 Ulam's sons were mighty warriors, skilled archers, with many sons and grandsons—150 in all. All these were sons of Benjamin. উলমৰ পুত্রসকল যুদ্ধাৰু আৰু ধনুৰ্দ্ধৰ আছিল। তেওঁলোকৰ বহুতো পুত্র আৰু নাতি ল’ৰা আছিল, সৰ্বমুঠ এশ পঞ্চাশ জন। এই সকলো লোকেই বিন্যামীনৰ বংশৰ আছিল।
FHB

Scripture from Father’s Heart Bible™. © 2026 Spirit Media Publishing, the imprint of Spirit Media Inc. All rights reserved. In Divine Voice™ Color, the words spoken by our Father show in blue, the words of the Son in red, and the words of the Spirit in purple.

IRVAsm

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.
Indian Revised Version (IRV) Assamese - 2019 · Creative Commons - Attribution-ShareAlike [CC BY-SA]