Skip to content
The Believer's Library

Indian Revised Version (IRV) Assamese - 2019

1 Chronicles 1 IRVAsm

Show IRVAsm only
Verse × ×
1 Adam, Seth, Enosh, আদম, চেথ, ইনোচ,
2 Kenan, Mahalalel, Jared, কৈনন, মহললেল, যেৰদ,
3 Enoch, Methuselah, Lamech, হনোক, মথুচেলহ, লেমক,
4 Noah, Shem, Ham, and Japheth. নোহ, চেম, হাম, আৰু যেফৎ।
5 The sons of Japheth: Gomer, Magog, Madai, Javan, Tubal, Meshech, and Tiras. যেফতৰ পুত্ৰ গোমৰ, মাগোগ, মাদয়, যাবন, তুবল, মেচেক, আৰু তীৰচ।
6 The sons of Gomer: Ashkenaz, Diphath, and Togarmah. গোমৰ পুত্ৰ অস্কিনজ, দীফত, আৰু তোগৰ্মা।
7 The sons of Javan: Elishah, Tarshish, the Kittim, and the Rodanim. যাবনৰ পুত্ৰ ইলীচা, তৰ্চীচ, কিত্তীম, আৰু দদানীম।
8 The sons of Ham: Cush, Mizraim, Put, and Canaan. হামৰ পুত্ৰ কুচ, মিচৰ, পূট, আৰু কনান।
9 The sons of Cush: Seba, Havilah, Sabta, Raamah, and Sabteca. The sons of Raamah: Sheba and Dedan. কুচৰ পুত্ৰ চবা, হবীলা, চব্তা, ৰয়মা, আৰু চব্তকা। ৰয়মাৰ পুত্ৰ চিবা আৰু দদান।
10 Cush fathered Nimrod; he was the first to become a mighty one on the earth. কুচৰ পুত্ৰ নিম্রোদ; যি জন পৃথিৱীৰ প্রথম জয়কাৰী লোক আছিল।
11 Mizraim fathered the Ludim, the Anamim, the Lehabim, the Naphtuhim, লুদীয়া, অনামীয়া, লহাবীয়া, আৰু নপ্তুহীয়াৰ পূৰ্বপুৰুষ আছিল মিচৰীয়া,
12 the Pathrusim, the Casluhim (from whom the Philistines came), and the Caphtorim. পথ্ৰোচীয়াসকল আৰু কচলুহীয়াসকল (এওঁলোকৰ পৰা পলেষ্টীয়াসকল আহিল), আৰু কপ্তোৰীয়াসকল।
13 Canaan fathered Sidon his firstborn, and Heth, কনানৰ জেষ্ঠ পুত্ৰ চীদোন, চীদোনৰ পাছত হেৎ;
14 and the Jebusites, the Amorites, the Girgashites, তেওঁ যিবুচীয়া, ইমোৰীয়া, গিৰ্গাচীয়া,
15 the Hivites, the Arkites, the Sinites, হিব্বীয়া, অৰ্কীয়া, চীনীয়া,
16 the Arvadites, the Zemarites, and the Hamathites. অৰ্বদীয়া, চমৰীয়া, আৰু হমাতীয়াসকলৰ পূৰ্বপুৰুষ আছিল।
17 The sons of Shem: Elam, Asshur, Arpachshad, Lud, and Aram; and the sons of Aram: Uz, Hul, Gether, and Meshech. চেমৰ পুত্ৰসকল এলম, অচুৰ অৰ্ফকচদ, লুদ, অৰাম, উচ, হুল, গেথৰ, আৰু মেচেক।
18 Arpachshad fathered Shelah, and Shelah fathered Eber. অৰ্ফকচদৰ পুত্ৰ চেলহ; আৰু চেলহৰ পুত্ৰ এবৰ।
19 Eber had two sons: one named Peleg, since the earth was divided in his days, and his brother named Joktan. এবৰৰ দুজন পুত্ৰ আছিল, এজনৰ নাম পেলগ, কিয়নো তেওঁৰ সময়তেই পৃথিৱী বিভক্ত হৈছিল, আৰু তেওঁৰ ভায়েকৰ নাম যক্তন আছিল।
20 Joktan fathered Almodad, Sheleph, Hazarmaveth, Jerah, অলমোদদ, চেলফ, হচমাবৎ, যেৰহ,
21 Hadoram, Uzal, Diklah, হদোৰাম, উজল, দিক্লা,
22 Ebal, Abimael, Sheba, এবল, অবীমায়েল, চিবা,
23 Ophir, Havilah, and Jobab. All these were the sons of Joktan. ওফীৰ, হবীলা, আৰু যোবব; এওঁলোক যক্তনৰ পুত্ৰ আছিল।
24 Shem, Arpachshad, Shelah, চেম, অৰ্ফকচদ, চেলহ,
25 Eber, Peleg, Reu, এবৰ, পেলগ, ৰিয়ু
26 Serug, Nahor, Terah, চৰূগ, নাহোৰ, তেৰহ,
27 Abram, that is, Abraham. অব্ৰাম, এই জনেই অব্ৰাহাম আছিল।
28 The sons of Abraham: Isaac and Ishmael. ইচহাক আৰু ইশ্মায়েল অব্ৰাহামৰ পুত্র আছিল।
29 These are their family records: the firstborn of Ishmael, Nebaioth; then Kedar, Adbeel, Mibsam, তেওঁলোকৰ বংশৱলি এই, ইশ্মায়েলৰ জ্যেষ্ঠ পুত্ৰ নবায়োতৰ পাছত কেদৰ, অদবেল, মিবচম,
30 Mishma, Dumah, Massa, Hadad, Tema, মিস্মা, দুমা, মচ্ছা, হদদ, তেমা,
31 Jetur, Naphish, and Kedemah. These are the sons of Ishmael. যটূৰ, নাফীচ, কেদ্মা; এই সকল ইশ্মায়েলৰ সন্তান।
32 Keturah, Abraham's concubine, bore Zimran, Jokshan, Medan, Midian, Ishbak, and Shuah. Jokshan's sons: Sheba and Dedan. অব্ৰাহামৰ উপপত্নী কটুৰাৰ সন্তান সকল হ’ল জিম্ৰণ, যকচন, মদান, মিদিয়ন, যিচবক, আৰু চুহ। যক্সনৰ সন্তান চিবা আৰু দদান।
33 The sons of Midian: Ephah, Epher, Hanoch, Abida, and Eldaah. All these were the sons of Keturah. মিদিয়নৰ সন্তান ঐফা, এৰফ, হনোক, অবীদা, আৰু ইলদায়া; এই সকল কটুৰাৰ বংশধৰ।
34 Abraham fathered Isaac. The sons of Isaac: Esau and Israel. অব্ৰাহামৰ পুত্ৰ ইচহাক। ইচহাকৰ পুত্ৰ এচৌ আৰু ইস্ৰায়েল।
35 The sons of Esau: Eliphaz, Reuel, Jeush, Jalam, and Korah. ইলীফজ, ৰূৱেল, যিয়ুচ, যালম, আৰু কোৰহ এচৌৰ সন্তান আছিল।
36 The sons of Eliphaz: Teman, Omar, Zephi, Gatam, Kenaz, Timna, and Amalek. তৈমন, ওমাৰ, চফী, গয়িতম, কনজ, তিম্না, আৰু অমালেক ইলীফজৰ সন্তান আছিল।
37 The sons of Reuel: Nahath, Zerah, Shammah, and Mizzah. ৰূৱেলৰ সন্তান নহৎ, জেৰহ, চম্মা, আৰু মিজ্জা।
38 The sons of Seir: Lotan, Shobal, Zibeon, Anah, Dishon, Ezer, and Dishan. চেয়ীৰৰ সন্তান লোটন, চোবল, চিবিয়োন, অনা, দিচোন, এচৰ আৰু দীচন।
39 The sons of Lotan: Hori and Homam; and Lotan's sister was Timna. লোটনৰ সন্তান হোৰী হোমম; আৰু লোটনৰ ভনীয়েক আছিল তিম্না।
40 The sons of Shobal: Alian, Manahath, Ebal, Shephi, and Onam. The sons of Zibeon: Aiah and Anah. চোবলৰ সন্তান অলিয়ন, মানহৎ, এবল, চফি, আৰু ওনম। আৰু চিবিয়োনৰ সন্তান অয়া আৰু অনা।
41 The sons of Anah: Dishon. The sons of Dishon: Hamran, Eshban, Ithran, and Cheran. অনাৰ পুত্ৰ দীচন। দীচনৰ পুত্ৰ হিম্ৰন, ইচবন, যিত্ৰন, আৰু কৰান।
42 The sons of Ezer: Bilhan, Zaavan, and Jaakan. The sons of Dishan: Uz and Aran. এচৰৰ সন্তান বিলহন, জাবন, আৰু যাকন। দীচনৰ পুত্ৰ উচ, আৰু অৰান।
43 These are the kings who reigned in Edom's land before any king reigned over the Israelites: Bela son of Beor, whose city was Dinhabah. ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত কোনো ৰজাই ৰাজত্ব কৰাৰ আগতে, ইদোম দেশত ৰাজত্ব কৰা ৰজা এইসকল; বিয়োৰ পুত্ৰ বিলা; তেওঁৰ নগৰৰ নাম দিনহাবা আছিল।
44 When Bela died, Jobab son of Zerah from Bozrah reigned in his place. বিলাৰ মৃত্যু হোৱাৰ পাছত, তেওঁৰ ঠাইত যোববে ৰাজত্ব কৰিছিল। তেওঁ বজ্ৰাৰ জেৰহৰ পুত্ৰ আছিল।
45 When Jobab died, Husham from the land of the Temanites reigned in his place. যোববৰ যেতিয়া মৃত্যু হ’ল, তেতিয়া তৈমন দেশীয় হূচমে তেওঁৰ ঠাইত ৰাজত্ব কৰিছিল।
46 Husham died; Hadad son of Bedad, who defeated Midian in the country of Moab, reigned instead; his city was Avith. আৰু হূচমৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ ঠাইত মোৱাব দেশত মিদিয়নক পৰাজিত কৰা বদদৰ পুত্ৰ হদদে ৰাজত্ব কৰিছিল, তেওঁৰ নগৰৰ নাম আছিল অবীৎ।
47 When Hadad died, Samlah from Masrekah reigned in his place. আৰু হদদৰ মৃত্যু হোৱা পাছত তেওঁৰ ঠাইত মস্ৰেকাৰ চম্নাই ৰাজত্ব কৰিছিল।
48 When Samlah died, Shaul from Rehoboth on the River reigned in his place. চম্নাৰ যেতিয়া মৃত্যু হ’ল, তেতিয়া তেওঁৰ সলনি ফৰাৎ নদীৰ ওচৰৰ ৰহোবোতীয়া চৌলে ৰাজত্ব কৰিছিল।
49 When Shaul died, Baal-hanan son of Achbor reigned in his place. চৌলৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ ঠাইত অকবোৰৰ পুত্ৰ বাল-হাননে ৰাজত্ব কৰিছিল।
50 Baal-hanan died; Hadad reigned in his place. His city was Pai; his wife was Mehetabel, daughter of Matred, daughter of Me-zahab. যেতিয়া অকবোৰৰ পুত্ৰ বাল-হাননৰ মৃত্যু হ’ল তেতিয়া তেওঁৰ ঠাইত হদদে ৰাজত্ব কৰিছিল; তেওঁৰ নগৰৰ নাম আছিল পায়ী। তেওঁৰ ভাৰ্য্যাৰ নাম মহেটবেল তেওঁ মে-জাহবৰ নাতিনিয়েক মট্ৰেদৰ জীয়েক আছিল।
51 And Hadad died. The chiefs of Edom were: chief Timna, chief Aliah, chief Jetheth, হদদ মৃত্যু হ’ল। ইদোমৰ ফৈদৰ মুৰব্বী সকলৰ নাম; তিম্না, অলিয়া, যিথেৎ,
52 chief Oholibamah, chief Elah, chief Pinon, অহলীবামা, এলা, পীনোন,
53 chief Kenaz, chief Teman, chief Mibzar, কনজ, তৈমন, মিবচৰ,
54 chief Magdiel, chief Iram. These were the chiefs of Edom. মগ্দীয়েল, আৰু ঈৰম। এওঁলোক ইদোমৰ ফৈদৰ মুৰব্বী আছিল।
FHB

Scripture from Father’s Heart Bible™. © 2026 Spirit Media Publishing, the imprint of Spirit Media Inc. All rights reserved. In Divine Voice™ Color, the words spoken by our Father show in blue, the words of the Son in red, and the words of the Spirit in purple.

IRVAsm

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.
Indian Revised Version (IRV) Assamese - 2019 · Creative Commons - Attribution-ShareAlike [CC BY-SA]