Skip to content
The Believer's Library

Indian Revised Version (IRV) Assamese - 2019

Nehemiah 10 IRVAsm

Show IRVAsm only
Verse × ×
1 Now those who set their seal to it were: Nehemiah the governor, son of Hacaliah, and Zedekiah, যিসকলৰ নাম মোহৰ মৰা আছিল, তেওঁলোক হ’ল: হখলিয়াৰ পুত্ৰ নহিমিয়া, তেওঁ দেশাধ্যক্ষ আছিল, পুৰোহিত চিদিকিয়া,
2 Seraiah, Azariah, Jeremiah, চৰায়া, অজৰিয়া, যিৰিমিয়া,
3 Pashhur, Amariah, Malchijah, পচহুৰ, অমৰিয়া, মল্কিয়া,
4 Hattush, Shebaniah, Malluch, হত্তুচ, চবনিয়া, মল্লুক,
5 Harim, Meremoth, Obadiah, হাৰীম, মৰেমোৎ, ওবদিয়া,
6 Daniel, Ginnethon, Baruch, দানিয়েল, গিন্নথোন, বাৰূক,
7 Meshullam, Abijah, Mijamin, মচুল্লম, অবিয়া, মিয়ামীন,
8 Maaziah, Bilgai, and Shemaiah. These were the priests. মাজিয়া বিলগয়, আৰু চময়া এওঁলোক পুৰোহিত আছিল।
9 And the Levites: Jeshua son of Azaniah, Binnui of the sons of Henadad, Kadmiel, লেবীয়া লোক সকল: অজনিয়াৰ পুত্ৰ যেচুৱা, হেনাদদৰ পৰিয়ালৰ বিন্নুই, কদ্মীয়েল,
10 and their fellow Levites: Shebaniah, Hodiah, Kelita, Pelaiah, Hanan, আৰু তেওঁলোকৰ লগৰীয়া সকল চবনিয়া, হোদিয়া, কলীটা, পলায়া, হানন,
11 Mica, Rehob, Hashabiah, মীখা, ৰহোব, হচবিয়া,
12 Zaccur, Sherebiah, Shebaniah, জক্কুৰ, চেৰেবিয়া, চবনিয়া,
13 Hodiah, Bani, and Beninu. হোদিয়া, বানী, বনীনু,
14 The leaders of the people: Parosh, Pahath-moab, Elam, Zattu, Bani, লোকসকলৰ মাজৰ মূখ্য লোক: পৰিয়োচ, পহৎ-মোৱাব, এলম, জত্তু, বানী,
15 Bunni, Azgad, Bebai, বুন্নী, অজগদ, বেবয়,
16 Adonijah, Bigvai, Adin, অদোনিয়া, বিগবয়, আদীন,
17 Ater, Hezekiah, Azzur, আটেৰ, হিষ্কিয়া, অৰ্জ্জুৰ,
18 Hodiah, Hashum, Bezai, হোদিয়া, হাচুম, বেচয়,
19 Hariph, Anathoth, Nebai, হাৰীফ, অনাথোৎ, নোবয়,
20 Magpiash, Meshullam, Hezir, মগপীয়চ, মচুল্লম, হেজীৰ,
21 Meshezabel, Zadok, Jaddua, মচেজবেল, চাদোক, যদ্দুৱা,
22 Pelatiah, Hanan, Anaiah, পল্টিয়া, হানন, অনায়া,
23 Hoshea, Hananiah, Hasshub, হোচেয়া, হননিয়া, হচুব,
24 Hallohesh, Pilha, Shobek, হল্লোহেচ, পিলহা, চোবেক,
25 Rehum, Hashabnah, Maaseiah, ৰহূম, হচবনা, মাচেয়া,
26 Ahiah, Hanan, Anan, অহিয়া, হানন, আনন,
27 Malluch, Harim, and Baanah. মল্লুক, হাৰীম, আৰু বানা।
28 The rest of the people—priests, Levites, gatekeepers, singers, temple servants, and all who separated from the peoples of the lands for the law of our Father—with their wives, sons, and daughters, everyone with knowledge and understanding, অৱশিষ্ট লোকসকল, যেনে পুৰোহিত, লেবীয়া, দুৱৰী, গায়ক, মন্দিৰৰ দাস আৰু যিসকলে ওচৰচুবুৰীয়া দেশৰ পৰা নিজকে পৃথক কৰিলে, তেওঁলোকে নিজকে ঈশ্বৰৰ বিধিত প্রতিজ্ঞাবদ্ধ হ’ল। তেওঁলোকৰ ভাৰ্যা, ল’ৰা-ছোৱালীসকল যাৰ বুজিব পৰা শক্তি আৰু জ্ঞান আছিল,
29 all these joined their fellow nobles, bound by curse and oath to follow the law of our Father given through Moses his servant, and to keep and do all commands of our Sovereign Father, his rulings and his statutes. তেওঁলোকৰ ভাইসকল আৰু প্ৰধান লোকসকলৰ সৈতে তেওঁলোক একেলগ হৈ ঈশ্ৱৰৰ দাস মোচিয়ে দিয়া শাও আৰু প্রতিজ্ঞাৰ যোগেদি বাধ্যত পৰি ঈশ্বৰৰ ব্যৱস্থা অনুসাৰে চলিলে। আমাৰ যিহোৱাৰ আজ্ঞা, শাসন প্ৰণালী, আৰু বিধিবোৰ নিৰিক্ষণ কৰি পালন কৰিবলৈ প্রতিজ্ঞাৱদ্ধ হ’ল।
30 We promise not to give our daughters in marriage to the peoples around us, nor take their daughters for our sons. আমি প্রতিজ্ঞা কৰোঁ যে, আমি আমাৰ ছোৱালীক আন দেশৰ লোকলৈ বিয়া নিদিওঁ আৰু আমাৰ পুত্রৰ বাবেও আন দেশৰ ছোৱালী বিয়া কৰাই নানো।
31 If the peoples of the land bring goods or grain to sell on the Sabbath, we will not buy from them on the Sabbath or any holy day. Every seventh year we will let the land rest and cancel every debt. আমি এয়াও প্রতিজ্ঞা কৰোঁ যে, আন দেশৰ লোকসকলে যদি বিশ্ৰাম-বাৰে কোনো বস্তু বা শস্য বেচিবলৈ আনে, তেওঁলোকৰ পৰা বিশ্ৰাম-বাৰ বা আন পবিত্ৰ দিনতো আমি সেইবোৰ নিকিনোঁ। প্রতি সপ্তম বছৰত আমি খেতি নকৰোঁ, আৰু আন যিহুদী সকলৰ লগত চুক্তি কৰা সকলো ধাৰ আমি ৰেহাই দিম।
32 We also bind ourselves to give an eighth of an ounce of silver yearly for the service of our Father's house: আমাৰ ঈশ্বৰ যিহোৱাৰ গৃহৰ পৰিচৰ্যাৰ অৰ্থে বছৰে বছৰে এক চেকলৰ তিনি ভাগৰ এভাগ দান দিয়া আজ্ঞা আমি গ্রহণ কৰিছোঁ।
33 for the bread set before him, the daily grain and burnt offerings, the Sabbath, New Moon, and feast offerings, the holy gifts, and the sin offerings to atone for Israel—for all the work of our Father's house. তাৰ বাবে দৰ্শন-পিঠা, প্রতিদিনৰ শস্য-নৈবেদ্য, বিশ্ৰামবাৰৰ হোম-বলি, ন-জোনৰ আৰু নিৰ্ধাৰিত পৰ্ব্ববোৰ, পবিত্ৰ-নৈবেদ্যৰ, আৰু ইস্ৰায়েলক প্ৰায়চিত্ত কৰিবৰ অৰ্থে পাপাৰ্থক বলি দিয়া আদি আমাৰ ঈশ্বৰৰ গৃহৰ সকলো কাৰ্যৰ কাৰণে এই সকলো কৰিম।
34 We, priests, Levites, and people, cast lots for the wood offering, to bring it to our Father's house by our families, at set times each year, to burn on our Father's altar, as the law states. বিধানত লিখা অনুসাৰে আমাৰ ঈশ্ৱৰ যিহোৱাৰ পবিত্র বেদিত খৰি জ্ৱলাবলৈ পুৰোহিত, লেবীয়া আৰু লোকসকলে খৰিৰ বাবে চিঠি খেলালে। আমাৰ পৰিয়াল অনুসাৰে বছৰে বছৰে নিৰূপণ কৰা সময়ত আমাৰ ঈশ্বৰৰ যিহোৱাৰ গৃহলৈ খৰি আনিবলৈ চিঠি খেলাৰ যোগেদি বাছনি হ’ল।
35 We also commit to bring firstfruits of our soil and firstfruits of all fruit of every tree, year by year, to the house of our Father. আমাৰ মাটিত উৎপন্ন হোৱা শস্যৰ আগভাগ আৰু সকলো প্ৰকাৰ গছৰ ফলৰ আগভাগ বছৰে বছৰে যিহোৱাৰ গৃহলৈ আনিবলৈ আমি প্রতিজ্ঞা কৰিলোঁ।
36 We will also bring the firstborn of our sons and livestock, as written in the law, and the firstborn of our herds and flocks, to our Father's house, to the priests serving there. বিধানত লিখাৰ দৰে, আমাৰ জন্ম হোৱা প্ৰথম পুত্ৰ, আৰু আমাৰ গৰু, মেৰ-ছাগ, আৰু ছাগলীৰ জাকবোৰৰ প্ৰথমে জগা জন্তু ঈশ্বৰৰ গৃহলৈ, আৰু আমাৰ ঈশ্বৰৰ গৃহৰ পৰিচৰ্যা কৰা পুৰোহিতৰ ওচৰলৈ আনিবলৈ আমি প্রতিজ্ঞা কৰিলোঁ।
37 We will bring the first of our dough, our contributions, the fruit of every tree, the new wine, and the oil to the priests, to the storerooms of our Father's house; and the tenth of our land to the Levites, since the Levites collect the tenth in all our farming towns. আমি আমাৰ আটাৰ লদাৰ আগভাগ, শস্য নৈবেদ্য, প্রত্যেক গছৰ ফল, নতুন দ্ৰাক্ষাৰস, তেল, আমাৰ ঈশ্বৰৰ গৃহৰ গুদামলৈ আৰু পুৰোহিতসকলৰ ওচৰলৈ আনিম। আমাৰ মাটিত উৎপন্ন হোৱা শস্যৰ দশম ভাগ লেবীয়া সকলৰ ওচৰলৈ আমি আনিম, কাৰণ আমি কাম কৰা নগৰ বোৰৰ পৰা লেবীয়াসকলে দশমভাগ আদায় কৰে।
38 A priest descended from Aaron will join the Levites when they collect the tenth, and the Levites will bring a tenth of that up to our Father's house, to the storerooms of the treasury. লেবীয়াসকলে দশমভাগ লোৱাৰ সময়ত হাৰোণৰ বংশৰ এজন পুৰোহিত লেবীয়াসকলৰ লগত থকা উচিত। লেবীয়া সকলে দশম ভাগৰ দশম ভাগ আমাৰ ঈশ্বৰৰ গৃহৰ ভঁৰালৰ গুদামলৈ আনিব লাগে।
39 The people of Israel and the Levites will bring the grain, new wine, and oil contributions to the storerooms holding the sanctuary articles, where the serving priests, gatekeepers, and singers stay. We will not neglect our Father's house. পবিত্ৰ বস্তুবোৰ ৰখা গুদাম, যি ঠাইত পুৰোহিতে পৰিচৰ্যা কৰে, আৰু য’ত দুৱৰী আৰু গায়কসকল থাকে, সেই ঠাইবোৰলৈ ইস্ৰায়েলৰ লোকসকল আৰু লেবীৰ বংশৰ লোকসকলে শস্য, নতুন দ্ৰাক্ষাৰস, আৰু তেলৰ, বৰঙণি যোগান ধৰে। আমাৰ ঈশ্বৰৰ গৃহক আমি অৱহেলা নকৰিম।
FHB

Scripture from Father’s Heart Bible™. © 2026 Spirit Media Publishing, the imprint of Spirit Media Inc. All rights reserved. In Divine Voice™ Color, the words spoken by our Father show in blue, the words of the Son in red, and the words of the Spirit in purple.

IRVAsm

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.
Indian Revised Version (IRV) Assamese - 2019 · Creative Commons - Attribution-ShareAlike [CC BY-SA]