Skip to content
The Believer's Library

Indian Revised Version (IRV) Assamese - 2019

Joshua 12 IRVAsm

Show IRVAsm only
Verse × ×
1 These are the kings of the land the Israelites struck down, taking their land east of the Jordan—from the Arnon Gorge to Mount Hermon—and the whole eastern Arabah: বর্ত্তমান দেশ-সমূহৰ এইসকল ৰজা, যিসকলক ইস্ৰায়েলৰ লোক সকলে পৰাজয় কৰিছিল৷ ইস্ৰায়েলৰ লোক সকলে সূৰ্য উদয় হোৱা যৰ্দ্দনৰ পূবদিশে থকা, অৰ্ণোনৰ উপত্যকাৰ পৰা হৰ্মোণ পৰ্ব্বতলৈকে আৰু পূব ফালে থকা অৰাবা’ৰ গোটেই দেশ অধিকাৰ কৰিলে৷
2 Sihon, king of the Amorites, who lived in Heshbon and ruled from Aroer on the edge of the Arnon Gorge—from the middle of the gorge—and over half of Gilead, as far as the Jabbok River, the Ammonites' border; চীহোন ইমোৰীয়াসকলৰ ৰজা আছিল। তেওঁ হিচবোনত বাস কৰিছিল৷ তেওঁ অৰ্ণোনৰ উপত্যকাৰ দাঁতিত থকা অৰোয়েৰ পৰা আৰু সেই উপত্যকাৰ মাজত থকা নগৰখনৰ পৰা অম্মোনৰ সন্তান সকলৰ সীমা যব্বোক নদীলৈকে আধা গিলিয়দ দেশত শাসন কৰিছিল৷
3 and over the eastern Arabah, from the Sea of Chinnereth to the Sea of the Arabah (the Dead Sea), toward Beth-jeshimoth, and southward below Pisgah's slopes. আৰু পূব পাৰে কিন্নেৰৎ সাগৰলৈকে আৰু পূব পাৰে বৈৎ-যিচীমোতলৈ যোৱা বাটত থকা অৰাবা সমুদ্ৰ, অৰাবাত আৰু দক্ষিণে পিচগাৰ চাৱলীয়া ঠাইবোৰৰ তলত থকা দেশতো শাসন কৰিছিল৷
4 And the territory of Og king of Bashan, remnant of the Rephaim, who lived in Ashtaroth and Edrei. ওগ, বাচানৰ ৰজা আছিল। এওঁ ৰফায়ীয়াসকলৰ অৱশিষ্ট থকা বংশত জন্ম হৈ, অষ্টাৰোৎ আৰু ইদ্ৰেয়ীত বাস কৰিছিল৷
5 He ruled Mount Hermon, Salecah, all Bashan to the border of the Geshurites and Maacathites, and half Gilead, to the border of Sihon king of Heshbon. তেওঁ হৰ্মোণ পৰ্ব্বতত, চলখাত, গচুৰীয়া আৰু মাখাথীয়া সকলৰ সীমালৈকে গোটেই বাচান দেশত আৰু হিচবোনৰ চীহোন ৰজাৰ সীমালৈকে থকা, আধা গিলিয়দ দেশত শাসন কৰিছিল।
6 Moses, the servant of our Father, and the Israelites defeated them; Moses, the servant of our Father, gave their land as a possession to the Reubenites, Gadites, and half-tribe of Manasseh. যিহোৱাৰ দাস মোচিয়ে আৰু ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক পৰাজয় কৰিলে আৰু যিহোৱাৰ দাস মোচিয়ে অধিকাৰৰ অৰ্থে সেই দেশ ৰূবেণীয়া ও গাদীয়াসকলক আৰু মনচিৰ আধা ফৈদক দিলে।
7 These are the kings of the land Joshua and the Israelites struck west of the Jordan, from Baal-gad in the Valley of Lebanon to Mount Halak, rising toward Seir. Joshua gave it to the tribes of Israel as their possession, division by division. চেয়ীৰলৈ বিস্তৃত হোৱা যৰ্দ্দনৰ সীপাৰে পশ্চিম দিশে, লিবানোনৰ উপত্যকাত থকা বাল-গাদৰ পৰা হালক পৰ্ব্বতলৈকে থকা এই ৰজা সকলক যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলে বধ কৰিছিল৷ যিহোচূৱাই দেশ অধিকাৰৰ অৰ্থে নিজ নিজ ভাগ অনুসাৰে ইস্ৰায়েলৰ ফৈদক ভগাই দিলে।
8 Hill country, lowlands, Arabah, slopes, wilderness, and Negev—land of the Hittites, Amorites, Canaanites, Perizzites, Hivites, and Jebusites: ইয়াৰ অন্তর্ভুক্ত আছিল, পৰ্ব্বতীয়া অঞ্চল, নিম্নভূমি অঞ্চল, অৰাবা, পৰ্ব্বতৰ নামনি অঞ্চল, মৰুপ্ৰান্তীয় অঞ্চল, আৰু নেভেগ। ইয়াতে হিত্তীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া সকল আছিল।
9 The king of Jericho, one; the king of Ai, near Bethel, one; ৰজাসকলৰ মাজত আছিল - যিৰীহোৰ ৰজা, বৈৎএলৰ ওচৰত থকা অয়ৰ ৰজা,
10 the king of Jerusalem, one; the king of Hebron, one; যিৰূচালেমৰ ৰজা, হিব্ৰোণৰ ৰজা,
11 the king of Jarmuth, one; the king of Lachish, one; যৰ্মূতৰ ৰজা, লাখীচৰ ৰজা,
12 the king of Eglon, one; the king of Gezer, one; ইগ্লোনৰ ৰজা, গেজৰৰ ৰজা,
13 the king of Debir, one; the king of Geder, one; দবীৰৰ ৰজা, গেদৰৰ ৰজা,
14 the king of Hormah, one; the king of Arad, one; হৰ্মাৰ ৰজা, অৰাদৰ ৰজা,
15 the king of Libnah, one; the king of Adullam, one; লিব্‌নাৰ ৰজা, অদুল্লমৰ ৰজা,
16 the king of Makkedah, one; the king of Bethel, one; মক্কেদাৰ ৰজা, বৈৎএলৰ ৰজা,
17 the king of Tappuah, one; the king of Hepher, one; তপ্পুহৰ ৰজা, হেফৰৰ ৰজা,
18 the king of Aphek, one; the king of Lasharon, one; অফেকৰ ৰজা, লচাৰোণৰ ৰজা,
19 the king of Madon, one; the king of Hazor, one; মাদোনৰ ৰজা, হাচোৰৰ ৰজা,
20 the king of Shimron-meron, one; the king of Achshaph, one; চিম্ৰোণ-মৰোণৰ ৰজা, অক্‌চফৰ ৰজা,
21 the king of Taanach, one; the king of Megiddo, one; তানকৰ ৰজা, মগিদ্দোৰ ৰজা,
22 the king of Kedesh, one; the king of Jokneam in Carmel, one; কেদচৰ ৰজা, কৰ্মিলত থকা যক্‌নীয়ামৰ ৰজা,
23 the king of Dor in Naphath-dor, one; the king of Goiim in Gilgal, one; দোৰৰ ওখ ঠাইবোৰত থকা দোৰৰ ৰজা, গিলগলত থকা গোয়ীমৰ ৰজা
24 the king of Tirzah, one—thirty-one kings in all. অাৰু তিৰ্চাৰ ৰজা৷ সৰ্ব্বমুঠ একত্ৰিশ জন ৰজা আছিল৷
FHB

Scripture from Father’s Heart Bible™. © 2026 Spirit Media Publishing, the imprint of Spirit Media Inc. All rights reserved. In Divine Voice™ Color, the words spoken by our Father show in blue, the words of the Son in red, and the words of the Spirit in purple.

IRVAsm

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.
Indian Revised Version (IRV) Assamese - 2019 · Creative Commons - Attribution-ShareAlike [CC BY-SA]