1The sons of Levi: Gershon, Kohath, and Merari.IRVAsmলেবীৰ পুত্র গেৰ্চোন, কহাৎ, আৰু মৰাৰী।
2The sons of Kohath: Amram, Izhar, Hebron, and Uzziel.IRVAsmকহাতৰ পুত্র অম্ৰম, যিচহৰ, হিব্ৰোণ আৰু উজ্জীয়েল।
3The children of Amram: Aaron, Moses, and Miriam. The sons of Aaron: Nadab, Abihu, Eleazar, and Ithamar.IRVAsmঅম্ৰমৰ পুত্র হাৰোণ, মোচি, আৰু তেওঁৰ ছোৱালী মিৰিয়ম। হাৰোণৰ পুত্র নাদব, অবীহূ, ইলিয়াজৰ, আৰু ঈথামৰ।
4Eleazar fathered Phinehas, Phinehas fathered Abishua,IRVAsmইলিয়াজৰৰ পুত্র পীনহচ, পীনহচৰ পুত্র অবীচুৱা।
6Uzzi fathered Zerahiah, Zerahiah fathered Meraioth,IRVAsmউজ্জীৰ পুত্র জৰহীয়া, জৰহীয়াৰ পুত্র মৰায়োৎ।
7Meraioth fathered Amariah, Amariah fathered Ahitub,IRVAsmমৰায়োতৰ পুত্র অমৰিয়া, অমৰিয়াৰ পুত্র অহীটুব।
8Ahitub fathered Zadok, Zadok fathered Ahimaaz,IRVAsmঅহীটুবৰ পুত্র চাদোক, চাদোকৰ পুত্র অহীমাচ।
9Ahimaaz fathered Azariah, Azariah fathered Johanan,IRVAsmঅহীমাচৰ পুত্র অজৰিয়া, অজৰিয়াৰ পুত্র যোহানন।
10Johanan fathered Azariah, who served as priest in the temple Solomon built in Jerusalem.IRVAsmযোহাননৰ পুত্র অজৰিয়া, অজৰিয়াই যিৰূচালেমত চলোমনে নিৰ্মাণ কৰা মন্দিৰত কাম কৰিছিল।
11Azariah fathered Amariah, Amariah fathered Ahitub,IRVAsmঅজৰিয়াৰ পুত্র অমৰিয়া, অমৰিয়াৰ পুত্র অহীটুব।
12Ahitub fathered Zadok, Zadok fathered Shallum,IRVAsmঅহীটুবৰ পুত্র চাদোক, চাদোকৰ পুত্র চল্লুম।
13Shallum fathered Hilkiah, Hilkiah fathered Azariah,IRVAsmচল্লুমৰ পুত্র হিল্কিয়া, হিল্কিয়াৰ পুত্র অজৰিয়া;
14Azariah fathered Seraiah, and Seraiah fathered Jehozadak.IRVAsmঅজৰিয়াৰ পুত্র চৰায়া, চৰায়াৰ পুত্র যিহোচাদক।
15Jehozadak went into exile when our Father sent Judah and Jerusalem away through Nebuchadnezzar.IRVAsmযি সময়ত যিহোৱাই নবূখদনেচৰৰ দ্বাৰাই যিহূদা আৰু যিৰূচালেমক বন্দী কৰিছিল, সেই সময়ত যিহোচাদককো বন্দী কৰি নিয়া হৈছিল।
16The sons of Levi: Gershom, Kohath, and Merari.IRVAsmলেবীৰ পুত্র গেৰ্চোম, কহাৎ, আৰু মৰাৰী।
17These are the names of the sons of Gershom: Libni and Shimei.IRVAsmগেৰ্চোমৰ পুত্রসকলৰ নাম লিবনী আৰু চিমিয়ী।
18The sons of Kohath: Amram, Izhar, Hebron, and Uzziel.IRVAsmকহাতৰ পুত্র অম্ৰম, যিচহৰ, হিব্ৰোণ, আৰু উজ্জীয়েল।
19Merari's sons: Mahli and Mushi. These are the Levite clans by their ancestral houses.IRVAsmমৰাৰীৰ পুত্র মহলী আৰু মুচী। এওঁলোক পিতৃ-বংশ অনুসাৰে লেবীয়া গোষ্ঠীৰ লোক আছিল।
20Of Gershom: Libni his son, Jahath his son, Zimmah his son,IRVAsmগেৰ্চোমৰ বংশধৰ লিবনী। লিবনীৰ পুত্ৰ যহৎ। যহতৰ পুত্র জিম্মা।
21Joah his son, Iddo his son, Zerah his son, Jeatherai his son.IRVAsmজিম্মাৰ পুত্র যোৱাহ। যোৱাহৰ পুত্র ইদ্দো। ইদ্দোৰ পুত্র জেৰহ। জেৰহৰ পুত্র যিয়থৰয়।
22The descendants of Kohath: Amminadab his son, Korah his son, Assir his son,IRVAsmকহাতৰ বংশধৰ তেওঁৰ পুত্র অম্মীনাদব। অম্মীনাদবৰ পুত্র কোৰহ। কোৰহৰ পুত্র অচীৰ।
23Elkanah his son, Ebiasaph his son, Assir his son,IRVAsmঅচীৰৰ পুত্র ইলকানা। ইলকানাৰ পুত্র অবিয়াচফ। অবিয়াচফৰ পুত্র অচীৰ।
24Tahath his son, Uriel his son, Uzziah his son, and Shaul his son.IRVAsmঅচীৰৰ পুত্র তহৎ। তহতৰ পুত্র উৰীয়েল। উৰীয়েলৰ পুত্র উজ্জীয়া। উজ্জীয়াৰ পুত্র চৌল।
25The sons of Elkanah: Amasai and Ahimoth,IRVAsmইলকানাৰ পুত্র অমাচয়, অহীমোৎ আৰু ইলকানা।
26Elkanah his son, Zophai his son, Nahath his son,IRVAsmদ্ৱিতীয় ইলকানাৰ পুত্র চফয়। চফয়ৰ পুত্র নহৎ।
27Eliab his son, Jeroham his son, Elkanah his son.IRVAsmনহতৰ পুত্র ইলীয়াব। ইলীয়াবৰ পুত্র যিৰোহম। যিৰোহমৰ পুত্র ইলকানা।
28The sons of Samuel: Joel the firstborn and Abijah the second.IRVAsmচমূৱেলৰ প্ৰথম পুত্র যোৱেল, দ্বিতীয় পুত্র অবিয়া।
29The sons of Merari: Mahli, Libni his son, Shimei his son, Uzzah his son,IRVAsmমৰাৰীৰ পুত্র মহলী। মহলীৰ পুত্র লিবনী। লিবনীৰ পুত্র চিমিয়ী।
30Shimea his son, Haggiah his son, and Asaiah his son.IRVAsmচিমিয়ীৰ পুত্র উজ্জা। উজ্জাৰ পুত্র চিমিয়া। চিমিয়াৰ পুত্র হগিয়া। হগিয়াৰ পুত্র অচায়া।
31These are the men David put in charge of music in our Father's house after the ark came to rest.IRVAsmনিয়ম-চন্দুক জিৰণিৰ ঠাইলৈ অহাৰ পাছত, দায়ূদে যি লোকসকলক যিহোৱাৰ গৃহত সঙ্গীতৰ দ্বায়ীত্ব দিছিল, তেওঁলোকৰ নাম তলত উল্লেখ কৰা হ’ল।
32They served with song before the tabernacle, the tent of meeting, until Solomon built the house of our Father in Jerusalem, and they carried out their service according to their appointed order.IRVAsmচলোমনে যিৰূচালেমত যিহোৱাৰ গৃহ নিৰ্ম্মাণ নকৰালৈকে তেওঁলোকে উপাসনা গৃহৰ সন্মুখত, সভা বহা তম্বুৰ সন্মুখত গানৰ দ্বাৰাই যিহোৱাৰ সেৱা কৰিছিল। তেওঁলোকলৈ দিয়া নিৰ্দেশ অনুযায়ী তেওঁলোকে নিজৰ কাৰ্য সম্পন্ন কৰিছিল।
33These served, with their sons. From the Kohathites: Heman the singer, son of Joel, son of Samuel,IRVAsmএওঁলোকেই সেই সকল যি নিজৰ সন্তান সকলৰ সৈতে পৰিচৰ্যা কৰিছিল। কহাতৰ গোষ্ঠীৰ পৰা সংগীতজ্ঞ হেমন আহিছিল। ইয়াত তেওঁৰ পূৰ্বপূৰুষৰ নাম উল্লেখ কৰা হ’ল: হেমন আছিল যোৱেলৰ পুত্ৰ। যোৱেল আছিল চমূৱেলৰ পুত্র।
34the son of Elkanah, the son of Jeroham, the son of Eliel, the son of Toah,IRVAsmচমূৱেল আছিল ইলকানাৰ পুত্ৰ। ইলকানা আছিল যিৰোহমৰ পুত্র। যিৰিহম আছিল ইলীয়েলৰ পুত্র। ইলীয়েল আছিল তোহৰ পুত্র।
35the son of Zuph, the son of Elkanah, the son of Mahath, the son of Amasai,IRVAsmতোহ আছিল চুফৰ পুত্র। চুফ আছিল ইলকানাৰ পুত্র। মহতৰ পুত্র ইলকানা। ইলকানা আছিল মহৎ অমাচয়ৰ পুত্র। অমাচয় আছিল ইলকানাৰ পুত্র।
36the son of Elkanah, the son of Joel, the son of Azariah, the son of Zephaniah,IRVAsmইলকানা আছিল যোৱেলৰ পুত্র। যোৱেল আছিল অজৰিয়াৰ পুত্র। অজৰিয়া আছিল চফনিয়াৰ পুত্র।
37the son of Tahath, the son of Assir, the son of Ebiasaph, the son of Korah,IRVAsmচফনিয়া আছিল তহতৰ পুত্র। তহৎ আছিল অচীৰৰ পুত্র। অচীৰ আছিল অবিয়াচফৰ পুত্র। অবিয়াচফ আছিল কোৰহৰ পুত্র।
38the son of Izhar, the son of Kohath, the son of Levi, the son of Israel.IRVAsmকোৰহ আছিল যিচহৰৰ পুত্র। যিচহ আছিল কহাতৰ পুত্র। কহাৎ আছিল লেবীৰ পুত্র। লেবী আছিল ইস্ৰায়েলৰ পুত্র।
39His brother Asaph stood at Heman's right hand: Asaph son of Berekiah, son of Shimea,IRVAsmহেমনৰ লগৰীয়া আচফ। তেওঁ হেমনৰ সোঁহাতে থিয় হৈছিল। আচফ আছিল বেৰেখিয়াৰ পুত্র। বেৰেখিয়া আছিল চিমিয়াৰ পুত্র।
40the son of Michael, the son of Baaseiah, the son of Malkijah,IRVAsmচিমিয়া আছিল মীখায়েলৰ পুত্র। মীখায়েল আছিল বাচেয়াৰ পুত্র। বাচেয়া আছিল মল্কিয়াৰ পুত্র।
41the son of Ethni, the son of Zerah, the son of Adaiah,IRVAsmমল্কিয়া আছিল ইৎনীৰ পুত্র। ইৎনি আছিল জেৰহৰ পুত্র। জেৰহ আছিল অদায়াৰ পুত্র।
42the son of Ethan, the son of Zimmah, the son of Shimei,IRVAsmঅদায়া আছিল এথনৰ পুত্র। এথন আছিল জিম্মাৰ পুত্র। জিম্ম আছিল চিমিয়ীৰ পুত্র।
43the son of Jahath, the son of Gershom, the son of Levi.IRVAsmচিমিয়া আছিল যহতৰ পুত্র। জহৎ আছিল গেৰ্চোমৰ পুত্র। গের্চোম আছিল লেবীৰ পুত্র।
44On the left, their brothers, sons of Merari: Ethan son of Kishi, son of Abdi, son of Malluk,IRVAsmমৰাৰীৰ সন্তান সকল হেমনৰ সহকৰ্মী আছিল, আৰু তেওঁলোক তেওঁৰ বাওঁহাতে থিয় হৈছিল। তেওঁলোক কীচীৰ পুত্ৰ এথনকো অন্তৰ্ভুক্ত কৰিছিল। কীচী আছিল অব্দীৰ পুত্ৰ। অব্দী আছিল মল্লূকৰ পুত্র।
45the son of Hashabiah, the son of Amaziah, the son of Hilkiah,IRVAsmমল্লূক আছিল হচবিয়াৰ পুত্র। হচবিয়া আছিল অমচিয়াৰ পুত্র। অমচিয়া আছিল হিল্কিয়াৰ পুত্র।
46the son of Amzi, the son of Bani, the son of Shemer,IRVAsmহিল্কিয়া আছিল অমচীৰ পুত্র। অমচী আছিল বানীৰ পুত্র। বানী আছিল চেমৰৰ পুত্র।
47the son of Mahli, the son of Mushi, the son of Merari, the son of Levi.IRVAsmচেমৰ আছিল মহলীৰ পুত্র। মহলী আছিল মুচিৰ পুত্র। মুচী আছিল মৰাৰীৰ পুত্র। মৰাৰী আছিল লেবীৰ পুত্র।
48Their fellow Levites were appointed to all the service of the tabernacle, the house of our Father.IRVAsmতেওঁলোকৰ সহকৰ্মী লেবীয়া লোকসকলক ঈশ্বৰৰ গৃহৰ পবিত্র স্থানৰ সকলো কাৰ্যৰ বাবে নিযুক্ত কৰা হৈছিল।
49But Aaron and his sons offered on the altar of burnt offering and on the altar of incense, doing all the work of the Most Holy Place and atoning for Israel, according to all that Moses the servant of our Father had commanded.IRVAsmহাৰোণ আৰু তেওঁৰ পুত্রসকলে একেলগে মহা-পবিত্ৰ স্থানৰ সকলো কাৰ্য কৰিছিল। ইস্ৰায়েলক প্ৰায়শ্চিত কৰিবলৈ যজ্ঞবেদিৰ ওপৰত হোম-বলি দিছিল, আৰু ধূপ-বেদিৰ ওপৰত ধূপ জ্বলাইছিল। এই সকলো ঈশ্বৰৰ দাস মোচিৰ আজ্ঞা অনুসাৰে তেওঁলোকে কৰিছিল।।
50These were the sons of Aaron: Eleazar his son, Phinehas his son, Abishua his son,IRVAsmহাৰোণৰ বংশধৰ সকলক তলত দিয়াৰ দৰে বিবেচনা কৰা হৈছিল: হাৰোণৰ পুত্র আছিল ইলিয়েজৰ। ইলিয়াজৰৰ পুত্র আছিল পীনহচ। পীনহচৰ পুত্র আছিল অবীচুৱা
51Bukki his son, Uzzi his son, Zerahiah his son,IRVAsmঅবীচূৱাৰ পুত্র আছিল বুক্কী। বুক্কীৰ পুত্র আছিল উজ্জী। উজ্জীৰ পুত্র আছিল জৰহীয়া।
52Meraioth his son, Amariah his son, Ahitub his son,IRVAsmজৰহীয়াৰ পুত্র আছিল মৰায়োৎ। মৰায়োতৰ পুত্র আছিল অমৰিয়া। অমৰিয়াৰ পুত্র আছিল অহীটুব।
53Zadok his son, and Ahimaaz his son.IRVAsmঅহীচুবৰ পুত্র আছিল চদোক। চাদোকৰ পুত্র আছিল অহীমাচ।
54These were their dwelling places and settlements within their territory: Aaron's descendants of the Kohathite clan received the first lot,IRVAsmতলত উল্লেখিত ঠাইসমূহ হাৰোণৰ বংশধৰ সকললৈ নিৰ্ধাৰণ কৰা হৈছিল। কহাতীয়া গোষ্ঠীসকলৰ বাবে। চিঠি খেলৰ যোগেদি তেওঁলোকৰ বাবে প্ৰথম ঠাই নিৰ্ধাৰণ কৰা:
55and they were given Hebron in the land of Judah, with its surrounding pasturelands.IRVAsmতেওঁলোকক যিহূদা দেশৰ হিব্ৰোণ আৰু তাৰ চাৰিওফালৰ চৰণীয়া ঠাই দিয়া হ’ল।
56But they gave the fields of the city and its villages to Caleb the son of Jephunneh.IRVAsmকিন্তু সেই নগৰৰ পথাৰ আৰু চাৰিওফালৰ গাওঁবোৰ যিফুন্নিৰ পুত্ৰ কালেবক দিয়া হ’ল।
57So the descendants of Aaron were given the cities of refuge: Hebron, Libnah with its pasturelands, Jattir, Eshtemoa with its pasturelands,IRVAsmহাৰোণৰ বংশধৰসকলক হিব্ৰোণ দিয়া হৈছিল- যিখন এখন আশ্ৰয়-নগৰ আছিল, চৰণীয়া ঠায়ে সৈতে লিব্না, যত্তীৰ, আৰু ইষ্টমোৱা,
58Hilen with its pasturelands, Debir with its pasturelands,IRVAsmচৰণীয়া ঠায়ে সৈতে হীলেন, আৰু চৰণীয়া ঠায়ে সৈতে দবীৰ দিয়া হ’ল।
59Ashan with its pasturelands, and Beth-shemesh with its pasturelands.IRVAsmহাৰোণৰ বংশধৰ সকলক চৰণীয়া ঠায়ে সৈতে আচন আৰু চৰণীয়া ঠায়ে সৈতে বৈৎচেমচো দিয়া হ’ল।
60From the tribe of Benjamin: Geba, Alemeth, and Anathoth, each with pastureland—thirteen cities in all, by clan.IRVAsmবিন্যামীন জাতিৰ পৰা তেওঁলোকক চৰণীয়া ঠায়ে সৈতে গেবা, চৰণীয়া ঠায়ে সৈতে অল্লেমৎ, আৰু চৰণীয়া ঠায়ে সৈতে অনাথোৎ দিয়া হ’ল। কহাতীয়া গোষ্ঠীৰ লোকসকলে সৰ্ব্বমুঠ তেৰখন নগৰ পাইছিল।
61The rest of the Kohathites were allotted ten cities from the clans of the half-tribe of Manasseh.IRVAsmকহাতৰ অৱশিষ্ট বংশধৰ সকলক মনচিৰ আধা জাতিৰ পৰা চিঠি খেলাই দহখন নগৰ দিয়া হ’ল।
62The Gershomites, by clan, were given thirteen cities from Issachar, Asher, Naphtali, and the part of Manasseh in Bashan.IRVAsmগেৰ্চোমৰ বংশধৰসকলক তেওঁলোকৰ বিভিন্ন গোষ্ঠী অনুসাৰে ইচাখৰ গোষ্ঠীৰ, আচেৰ গোষ্ঠীৰ, নপ্তালী গোষ্ঠীৰ, আৰু বাচানত থকা মনচিৰ গোষ্ঠীৰ পৰা তেৰখন নগৰ দিয়া হ’ল।
63The Merarites, clan by clan, were allotted twelve cities from the tribes of Reuben, Gad, and Zebulun.IRVAsmমৰাৰীৰ বংশধৰ সকলক বিভিন্ন গোষ্ঠী অনুসাৰে ৰূবেণ জাতিৰ, গাদ জাতিৰ, আৰু জবূলূন জাতিৰ পৰা, চিঠি খেলাই বাৰখন নগৰ দিয়া হ’ল।
64So the Israelites gave the Levites these cities, together with their pasturelands.IRVAsmএইদৰে ইস্ৰায়েলৰ লোকসকলে লেবীয়াসকলক চৰণীয়া ঠায়ে সৈতে এইবোৰ নগৰ দিলে।
65From the tribes of Judah, Simeon, and Benjamin they allotted the cities named above.IRVAsmতেওঁলোকে যিহূদা, চিমিয়োন, বিন্যামীনৰ লোকসকলৰ জাতিৰ পৰা, চিঠি খেলাই ওপৰত লিখা নগৰবোৰ তেওঁলোকক দিলে।
66Some of the Kohathite clans were given as their territory cities from the tribe of Ephraim.IRVAsmকিছুমান কহাত গোষ্ঠীৰ লোকসকলক ইফ্ৰয়িম জাতিৰ পৰা নগৰবোৰ দিয়া হ’ল।
67They were given the cities of refuge: Shechem with pastureland in Ephraim's hill country, and Gezer with pastureland,IRVAsmতেওঁলোকক চিখিম, চৰণীয়া ঠায়ে সৈতে ইফ্ৰয়িমৰ পৰ্বতীয়া দেশ, চৰণীয়া ঠায়ে সৈতে গেজৰ,
68Jokmeam with its pasturelands, Beth-horon with its pasturelands,IRVAsmচৰণীয়া ঠায়ে সৈতে যকমিয়াম, চৰণীয়া ঠায়ে সৈতে বৈৎ-হোৰোণ,
69Aijalon with its pasturelands, and Gath-rimmon with its pasturelands.IRVAsmচৰণীয়া ঠায়ে সৈতে অয়ালোন, আৰু চৰণীয়া ঠায়ে সৈতে গৎ-ৰিম্মোণ দিয়া হ’ল।
70From the half-tribe of Manasseh: Aner with its pasturelands and Bileam with its pasturelands, for the remaining Kohathite clans.IRVAsmকহাতৰ অৱশিষ্ট গোষ্ঠীৰ লোকসকলৰ বাবে মনচিৰ আধা জাতিৰ পৰা চৰণীয়া ঠায়ে সৈতে অনেৰ, আৰু চৰণীয়া ঠায়ে সৈতে বিলিয়ম দিয়া হ’ল।
71The Gershomites received from the clan of the half-tribe of Manasseh: Golan in Bashan with its pasturelands, and Ashtaroth with its pasturelands,IRVAsmগেৰ্চোমৰ বংশধৰ সকলক মনচিৰ গোষ্ঠীৰ আধা জাতিৰ পৰা, চৰণীয়া ঠায়ে সৈতে বাচানত থকা গোলন, আৰু চৰণীয়া ঠায়ে সৈতে অষ্টাৰোৎ দিয়া হ’ল।
72from the tribe of Issachar, Kedesh with its pasturelands, Daberath with its pasturelands,IRVAsmইচাখৰ জাতিৰ পৰা গেৰ্চোম বংশধৰ লোকসকলে চৰণীয়া ঠায়ে সৈতে কেদচ, চৰণীয়া ঠায়ে সৈতে দাবৰৎ,
73Ramoth with its pasturelands, and Anem with its pasturelands;IRVAsmচৰণীয়া ঠায়ে সৈতে ৰমোৎ, আৰু চৰণীয়া ঠায়ে সৈতে আনেম পাইছিল।
74from the tribe of Asher, Mashal with its pasturelands, Abdon with its pasturelands,IRVAsmআচেৰ জাতিৰ পৰা তেওঁলোক চৰণীয়া ঠায়ে সৈতে মিচাল, চৰণীয়া ঠায়ে সৈতে অব্দোন
75Hukok with its pasturelands, and Rehob with its pasturelands;IRVAsmচৰণীয়া ঠায়ে সৈতে হূকোক, আৰু চৰণীয়া ঠায়ে সৈতে ৰহোব পাইছিল।
76from the tribe of Naphtali: Kedesh in Galilee with pastureland, Hammon with pastureland, Kiriathaim with pastureland.IRVAsmনপ্তালী জাতিৰ পৰা তেওঁলোকে চৰণীয়া ঠায়ে সৈতে গালীলত থকা কেদচ, চৰণীয়া ঠায়ে সৈতে হম্মোন, আৰু চৰণীয়া ঠায়ে সৈতে কিৰিয়াথয়িম পাইছিল।।
77The rest of the Merarites got, from Zebulun's tribe, Rimmono with its pastureland and Tabor with its pastureland,IRVAsmলেবীয়াসকলৰ অৱশিষ্ট, মৰাৰীৰ বংশধৰ সকলক জবূলূন জাতিৰ পৰা চৰণীয়া ঠায়ে সৈতে ৰিম্মোন, আৰু চৰণীয়া ঠায়ে সৈতে তাবোৰ দিয়া হ’ল।
78and across the Jordan, east of Jericho, from Reuben's tribe: Bezer in the wilderness with its pasturelands, Jahzah with its pasturelands,IRVAsmতেওঁলোকক ৰূবেণ জাতিৰ পৰা যিৰীহোত থকা যৰ্দ্দন নদীৰ আন দিশৰ পূব পাৰত থকা চৰণীয়া ঠায়েৰে সৈতে মৰুভূমিত থকা বেচৰ, চৰণীয়া ঠায়ে সৈতে যহচা, চৰণীয়া ঠায়ে সৈতে কদেমোৎ, আৰু চৰণীয়া ঠায়ে সৈতে মেফাৎ দিয়া হ’ল।
79Kedemoth with its pasturelands, and Mephaath with its pasturelands;IRVAsmNot in this edition
80and from the tribe of Gad, Ramoth in Gilead with its pasturelands, Mahanaim with its pasturelands,IRVAsmগাদ জাতিৰ পৰা চৰণীয়া ঠায়ে সৈতে গিলিয়দত থকা ৰমোৎ, চৰণীয়া ঠায়ে সৈতে মহনয়িম,
81Heshbon with its pasturelands, and Jazer with its pasturelands.IRVAsmচৰণীয়া ঠায়ে সৈতে হিচবোন, আৰু চৰণীয়া ঠায়ে সৈতে যাজেৰ দিয়া হ’ল।
Creative Commons License
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app. Indian Revised Version (IRV) Assamese - 2019 · Creative Commons - Attribution-ShareAlike [CC BY-SA]