Skip to content
The Believer's Library

Indian Revised Version (IRV) Assamese - 2019

1 Chronicles 3 IRVAsm

Show IRVAsm only
Verse × ×
1 David's sons born to him in Hebron: the firstborn Amnon, by Ahinoam of Jezreel; the second Daniel, by Abigail of Carmel; হিব্ৰোণত জন্ম হোৱা দায়ূদৰ সন্তান সকলৰ নাম: তেওঁৰ প্ৰথম পুত্র অম্নোন, তেওঁ যিজ্ৰিয়েলীয়া অহীনোৱমৰ পুত্র; দ্বিতীয় দানিয়েল, তেওঁ কৰ্মিলীয়া অবীগলৰ পুত্র;
2 third, Absalom son of Maacah, daughter of Talmai king of Geshur; fourth, Adonijah son of Haggith; তৃতীয় অবচালোম, তেওঁ গচুৰৰ তল্ময় ৰজাৰ জীয়েক মাখাৰ পুত্র; চতুৰ্থ অদোনীয়া, তেওঁ হগ্গীতৰ পুত্র;
3 the fifth, Shephatiah, by Abital; the sixth, Ithream, by his wife Eglah. পঞ্চম চফটিয়া, তেওঁ অবীটলৰ পুত্র; ষষ্ঠ যিত্ৰিয়ম, তেওঁৰ ভাৰ্যা ইগ্লাৰ পুত্র;
4 Six were born to him in Hebron, where he reigned seven years and six months; in Jerusalem he reigned thirty-three years. দায়ূদৰ এই ছয়জন পুত্র হিব্ৰোণত জন্ম হৈছিল; এই ঠাইত তেওঁ সাত বছৰ ছমাহ ৰাজত্ব কৰিছিল। তাৰ পাছত তেওঁ যিৰূচালেমত তেত্ৰিশ বছৰ ৰাজত্ব কৰিছিল।
5 Born to him in Jerusalem: Shimea, Shobab, Nathan, and Solomon—four by Bath-shua, daughter of Ammiel; যিৰূচালেমত অম্মীয়েলৰ জীয়েক বৎ-চূৱাৰ পৰা জন্মা তেওঁৰ চাৰি জন পুত্রৰ নাম: চিমিয়া, চোবব, নাথন, আৰু চলোমন।
6 also Ibhar, Elishama, Eliphelet, দায়ূদৰ আন আৰু ন জন পুত্রৰ নাম যিভৰ, ইলীচামা, ইলীফেলট,
7 Nogah, Nepheg, Japhia, নোগহ, নেফগ, যাফীয়া,
8 Elishama, Eliada, and Eliphelet—nine in all. ইলীচামা, ইলিয়াদা, আৰু ইলীফেলট,
9 These were all David's sons, besides the sons of his concubines; Tamar was their sister. উপপত্নীসকলৰ পৰা হোৱা সন্তান সকলক বাদ দি এইসকলো দায়ূদৰ সন্তান; তামাৰ তেওঁলোকৰ ভনীয়েক আছিল।
10 Solomon's son was Rehoboam; Abijah his son, Asa his son, Jehoshaphat his son, চলোমনৰ পুত্র ৰহবিয়াম। ৰহবিয়ামৰ পুত্র অবিয়া। অবিয়াৰ পুত্র আচা। আচাৰ পুত্র যিহোচাফট;
11 Joram his son, Ahaziah his son, Joash his son, যিহোচাফটৰ পুত্র যোৰাম; যোৰামৰ পুত্র অহজিয়া; অহজিয়াৰ পুত্র যোৱাচ;
12 Amaziah his son, Azariah his son, Jotham his son, যোৱাচৰ পুত্র অমচিয়া; অমচিয়াৰ পুত্র অজৰিয়া; অজৰিয়াৰ পুত্র যোথম; যোথমৰ পুত্র আহজ;
13 Ahaz his son, Hezekiah his son, Manasseh his son, আহজৰ পুত্র হিষ্কিয়া; হিষ্কিয়াৰ পুত্র মনচি;
14 Amon his son, Josiah his son. মনচিৰ পুত্র আমোন; আমোনৰ পুত্র যোচিয়া।
15 The sons of Josiah: the firstborn, Johanan; the second, Jehoiakim; the third, Zedekiah; the fourth, Shallum. যোচিয়াৰ প্ৰথম পুত্র যোহানন, দ্বিতীয় যিহোয়াকীম, তৃতীয় চিদিকিয়া, আৰু চতুৰ্থ চল্লুম।
16 The sons of Jehoiakim: Jeconiah his son, Zedekiah his son. যিহোয়াকীমৰ পুত্র যকনিয়া, শেষৰ জন ৰজা আছিল চিদিকিয়া।
17 The sons of Jeconiah, the captive: Shealtiel his son, বন্দী কৰি নিয়া যকনিয়াৰ পুত্রসকল, চল্টীয়েল,
18 Malchiram, Pedaiah, Shenazzar, Jekamiah, Hoshama, and Nedabiah. মল্কিৰাম, পদায়া, চিনচৰ, যকমিয়া, হোচামা, আৰু নদবিয়া।
19 Pedaiah's sons: Zerubbabel and Shimei. Zerubbabel's sons: Meshullam and Hananiah, and their sister Shelomith, পদায়াৰ পুত্র জৰুব্বাবিল আৰু চিমিয়ী; জৰুব্বাবিলৰ পুত্র মচূল্লম আৰু হননিয়া; আৰু চলোমীৎ তেওঁলোকৰ ভনীয়েক আছিল।
20 and Hashubah, Ohel, Berechiah, Hasadiah, and Jushab-hesed—five. তেওঁৰ আন পাঁচ জন পুত্র হ’ল হচূবা, ওহেল, বেৰেখিয়া, হচদিয়া আৰু যুচবহচেদ।
21 Sons of Hananiah: Pelatiah and Jeshaiah; sons of Rephaiah, sons of Arnan, sons of Obadiah, sons of Shecaniah. হননিয়াৰ বংশধৰ সকল পলটিয়া, যিচয়া আৰু ৰফায়াৰ সন্তান সকল হ’ল অৰ্ণনৰ, ওবদিয়াৰ, আৰু চখনিয়া।
22 Sons of Shecaniah: Shemaiah. Sons of Shemaiah: Hattush, Igal, Bariah, Neariah, and Shaphat—six. চখনিয়াৰ পুত্র চমৰিয়া। আৰু চমৰিয়াৰ ছয় জন পুত্র হ’ল হটূচ, যিগাল, বাৰীহ, নিয়ৰিয়া, আৰু চাফট।
23 The sons of Neariah: Elioenai, Hizkiah, and Azrikam—three. নিয়ৰিয়াৰ তিনি জন পুত্র হ’ল ইলীয়োঐনয়, হিষ্কিয়া, আৰু অজ্ৰীকাম।
24 The sons of Elioenai: Hodaviah, Eliashib, Pelaiah, Akkub, Johanan, Delaiah, and Anani—seven. ইলীয়োঐনয়ৰ সাত জন পুত্র হ’ল হোদবিয়া, ইলিয়াচীব, পলায়া, অক্কুব, যোহানন, দলায়া, আৰু অনানী।
FHB

Scripture from Father’s Heart Bible™. © 2026 Spirit Media Publishing, the imprint of Spirit Media Inc. All rights reserved. In Divine Voice™ Color, the words spoken by our Father show in blue, the words of the Son in red, and the words of the Spirit in purple.

IRVAsm

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.
Indian Revised Version (IRV) Assamese - 2019 · Creative Commons - Attribution-ShareAlike [CC BY-SA]