Skip to content
The Believer's Library

Indian Revised Version (IRV) Assamese - 2019

Nehemiah 7 IRVAsm

Show IRVAsm only
Verse × ×
1 After the wall was rebuilt and I set up the doors, the gatekeepers, singers, and Levites were appointed. দেৱালবোৰ যেতিয়া সাজি সমাপ্ত কৰা হৈছিল। তেতিয়া মই দুৱাৰবোৰ যথাস্থানত খুউৱাইছিলোঁ আৰু দুৱৰী, গায়ক, আৰু লেবীয়াসকলক নিযুক্ত কৰা হৈছিল,
2 I put my brother Hanani in charge of Jerusalem, with Hananiah commander of the fortress, since he was faithful and feared our Father more than many. মই মোৰ ভাই হনানীক, হননিয়াৰ সৈতে যিৰূচালেমৰ দ্বায়ীত্ব দিছিলোঁ, যদিও তেওঁ এজন বিশ্বাসী আৰু ঈশ্বৰলৈ বহুলোকতকৈ অধিক ভয়কাৰী আছিল, কিন্তু তেওঁ দুৰ্গৰ দ্বায়ীত্ব বহন কৰিব পৰা নাছিল।
3 I told them, "Don't open Jerusalem's gates until the sun is hot; and while the guards are on watch, let them shut and bar the doors. Appoint watchmen from Jerusalem's residents, each at his post, each opposite his own house." মই তেওঁলোকক ক’লোঁ, “যেতিয়ালৈকে টান ৰ’দ নহয়, তেতিয়ালৈকে যিৰূচালেমৰ দুৱাৰবোৰ মেলিব নালাগে। দুৱৰী সকলে পৰ দি থকাৰ সময়ত আপোনালোকে দুৱাৰবোৰ বন্ধ কৰিব, আৰু ডাং বোৰ দিব পাৰিব। আপোনালোকে যিৰূচালেমত নিবাস কৰা লোক সকলক প্রহৰীৰ বাবে নিযুক্ত কৰিব, কিছুমানে তেওঁলোকৰ প্রহৰী স্থানত, আৰু কিছুমানে নিজৰ ঘৰৰ সন্মুখত পহৰা দিব।”
4 The city was large, but the people in it were few, with no houses yet rebuilt. এই নগৰ বহল আৰু ডাঙৰ আছিল, কিন্তু তাৰ ভিতৰত লোক কম আছিল, আৰু এতিয়াও ঘৰবোৰ পুনৰ নিৰ্ম্মাণ কৰা হোৱা নাছিল।
5 Then my Father put it in my heart to gather the nobles, the officials, and the people to register by genealogy. I found the genealogy record of the first returnees, and found written in it: প্ৰধান লোক সকলক, কৰ্মচাৰী সকলক আৰু লোক সকলক বংশাৱলীত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে একগোট কৰিবলৈ মোৰ ঈশ্ৱৰে মোৰ হৃদয়ত কথা ক’লে। মই বাবিলৰ পৰা প্ৰথমে অহা লোকসকলৰ এখন বংশাৱলী-পত্ৰ পালোঁ, আৰু তলত উল্লেখিত এই সকলো বিচাৰি পালোঁ।
6 These are the province's people who returned from exile, whom Nebuchadnezzar king of Babylon had carried away, back to Jerusalem and Judah, each to his own town, “প্রদেশৰ এই লোক সকল, যি সকলক বাবিলৰ ৰজা নবূখদনেচৰে বন্দি কৰি লৈ গৈছিল, আৰু বন্দিত্ৱত ৰাখিছিল। তেওঁলোক বন্দিত্ৱৰ পৰা মুকলি হৈ যিৰূচালেম আৰু যিহূদাৰ নিজৰ নিজৰ নগৰলৈ উভটি আহিছিল।
7 coming with Zerubbabel, Jeshua, Nehemiah, Azariah, Raamiah, Nahamani, Mordecai, Bilshan, Mispereth, Bigvai, Nehum, and Baanah—the count of the men of Israel's people: তেওঁলোক জৰুব্বাবিল, যেচুৱা, নহিমিয়া, অজৰিয়া, ৰয়মিয়া, নহমানী, মৰ্দখয়, বিলচন, মিস্পৰৎ, বিগবয়, নহুম, আৰু বানা, এওঁলোকৰ লগত আহিল। উল্লেখিত ইস্ৰায়েল লোকৰ পুৰুষ সকলৰ সংখ্যা তলত অন্তৰ্ভুক্ত আছে।
8 The descendants of Parosh, 2,172; পৰিয়োচৰ বংশধৰ দুই হাজাৰ এশ বাসত্তৰ জন।
9 the descendants of Shephatiah, 372; চফটিয়াৰ বংশধৰ তিনিশ বাসত্তৰ জন।
10 the descendants of Arah, 652; আৰহৰ বংশধৰ ছশ বাৱন্ন জন।
11 the descendants of Pahath-moab (through the line of Jeshua and Joab), 2,818; যেচুৱা আৰু যোৱাবৰ বংশধৰ আৰু পহৎ-মোৱাবৰ বংশধৰসকল দুই হাজাৰ আঠশ ওঠৰ জন।
12 the descendants of Elam, 1,254; এলমৰ বংশধৰসকল এক হাজাৰ দুশ চৌৱন্ন জন।
13 the descendants of Zattu, 845; জত্তুৰ বংশধৰসকল আঠশ পঞ্চলিশ জন।
14 the descendants of Zaccai, 760; জক্কয়ৰ বংশধৰসকল সাতশ ষাঠি জন।
15 the descendants of Binnui, 648; বিন্নুইৰ বংশধৰসকল ছশ আঠচল্লিশ জন।
16 the descendants of Bebai, 628; বেবয়ৰ বংশধৰসকল ছশ আঠাইশ জন।
17 the descendants of Azgad, 2,322; অজগদৰ বংশধৰসকল দুই হাজাৰ তিনিশ বাইশ জন।
18 the descendants of Adonikam, 667; অদোনীকামৰ বংশধৰসকল ছশ সাতষষ্ঠি জন।
19 the descendants of Bigvai, 2,067; বিগবয়ৰ বংশধৰসকল দুই হাজাৰ সাতষষ্ঠি জন।
20 the descendants of Adin, 655; আদীনৰ বংশধৰসকল ছশ পচপন্ন জন।
21 the descendants of Ater (through Hezekiah), 98; হিষ্কিয়াৰ আটেৰৰ বংশধৰসকল আঠানব্বৈ জন।
22 the descendants of Hashum, 328; হাচুমৰ বংশধৰসকল তিনি শ আঠাইশ জন।
23 the descendants of Bezai, 324; বেচয়ৰ বংশধৰসকল তিনি শ চৌবিশ জন।
24 the descendants of Hariph, 112; হাৰীফৰ বংশধৰসকল এশ বাৰ জন।
25 the descendants of Gibeon, 95. গিবিয়োনৰ বংশধৰসকল পঞ্চানব্বই জন।
26 The men of Bethlehem and Netophah, 188; বৈৎলেহেম আৰু নটোফাৰ পৰা অহা লোক এশ আঠাশী জন।
27 the men of Anathoth, 128; অনাথোতৰ পৰা অহা লোক এশ আঠাইশ জন।
28 the men of Beth-azmaveth, 42; বৈৎআজমাবতৰ লোকসকল বিয়াল্লিশ জন।
29 the men of Kiriath-jearim, Chephirah, and Beeroth, 743; কিৰিয়ৎ-যিয়াৰীম কফীৰা, আৰু বেৰোতৰ লোকসকল সাতশ তিয়াল্লিশ জন।
30 the men of Ramah and Geba, 621; ৰামা আৰু গেবাৰ লোকসকল ছশ একৈশ জন।
31 the men of Michmas, 122; মিকমচৰ লোকসকল এশ বাইশ জন।
32 the men of Bethel and Ai, 123; বৈৎএল আৰু অয়ৰ লোকসকল এশ তেইশ জন।
33 the men of the other Nebo, 52. অন্য নবোতৰ লোকসকল বাৱন্ন জন।
34 The descendants of the other Elam, 1,254; অন্য এলমৰ লোকসকল এক হাজাৰ দুশ চৌৱন্ন জন।
35 the descendants of Harim, 320; হাৰীমৰ লোকসকল তিনি শ বিশ জন।
36 the descendants of Jericho, 345; যিৰীহোৰ লোকসকল তিনি শ পঞ্চল্লিশ জন।
37 the descendants of Lod, Hadid, and Ono, 721; লোদ, হাদীদ, আৰু ওনোৰ লোকসকল সাত শ একৈশ জন।
38 the descendants of Senaah, 3,930. চনাৱাৰ লোকসকল তিনি হাজাৰ ন শ ত্ৰিশ জন।
39 The priests: the descendants of Jedaiah (through the house of Jeshua), 973. পুৰোহিতসকল: যিদয়াৰ বংশধৰসকল (যেচুৱাৰ ঘৰৰ) ন শ তেসত্তৰ জন।
40 The descendants of Immer, 1,052; ইম্মেৰৰ বংশধৰসকল এক হাজাৰ বাৱন্ন জন।
41 the descendants of Pashhur, 1,247; পচহুৰৰ বংশধৰসকল এক হাজাৰ দুশ সাতচল্লিশ জন।
42 the descendants of Harim, 1,017. হাৰীমৰ বংশধৰসকল এক হাজাৰ সোঁতৰ জন।
43 The Levites: the descendants of Jeshua (through Kadmiel and the line of Hodevah), 74. লেবীয়াসকল: হোদবাৰ বংশধৰ কদ্মীয়েল, আৰু কদমীয়েলৰ যেচুৱাৰ বংশধৰসকল চৌসত্তৰ জন।
44 The singers: the descendants of Asaph, 148. গায়কসকল: আচফৰ বংশধৰসকল এশ আঠচল্লিশ জন।
45 The gatekeepers: the descendants of Shallum, Ater, Talmon, Akkub, Hatita, and Shobai, 138. চল্লুম, আটেৰ, টল্মোন, অক্কুব, হটীটা, চোবয়ৰ বংশধৰৰ দুৱৰীসকল এশ আঠত্রিশ জন।
46 The temple servants: the descendants of Ziha, Hasupha, Tabbaoth, মন্দিৰৰ দাসবোৰ: চীহা, হচুফা, টব্বায়োৎ,
47 Keros, Sia, Padon, কেৰোচ, চীয়া, পাদোন,
48 Lebana, Hagaba, Shalmai, লবানা, হগাবা, চলম্য়,
49 Hanan, Giddel, Gahar, হানন, গিদ্দেল, গহৰ,
50 Reaiah, Rezin, Nekoda, ৰায়া, ৰচীন, নকোদা,
51 Gazzam, Uzza, Paseah, গজ্জম, উজ্জা, পাচেহ,
52 Besai, Meunim, Nephushesim, বেচয়, মিয়ূনীম, নফূচীম,
53 Bakbuk, Hakupha, Harhur, বকবুক, হকুফা, হৰ্হূৰ,
54 Bazlith, Mehida, Harsha, বচলীৎ, মহীদা, হৰ্চা,
55 Barkos, Sisera, Temah, বৰ্কোচ, চীচৰা, তেমহ,
56 Neziah, and Hatipha. নচীহ, আৰু হটীফাৰ বংশধৰসকল।
57 The descendants of Solomon's servants: the descendants of Sotai, Sophereth, Perida, চলোমনৰ দাসৰ বংশধৰসকল: চোটয়, চোফেৰৎ, পৰীদা,
58 Jaala, Darkon, Giddel, যালা, দৰ্কোণ, গিদ্দেল,
59 Shephatiah, Hattil, Pochereth-hazzebaim, and Amon. চফটিয়া, হত্তীল, পোখৰৎ-হচবয়িম, আমোনৰ বংশধৰসকল।
60 All the temple servants and the descendants of Solomon's servants numbered 392. সকলো মন্দিৰৰ দাস আৰু চলোমনৰ দাসবোৰৰ বংশধৰসকল সৰ্ব্বমুঠ তিনি শ বিৰানব্বৈই জন আছিল।
61 These came up from Tel-melah, Tel-harsha, Cherub, Addon, and Immer, unable to show their father's house or lineage, whether from Israel: এওঁলোক তেল-মেলহ, তেল-হৰ্চা, কৰূব, অদ্দোন, আৰু ইম্মেৰৰ পৰা অহা লোক; কিন্তু তেওঁলোকে আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ পৰিয়াল সকলে ইস্ৰায়েলৰ পৰা অহা বংশধৰ বুলি প্ৰমাণ দিব নোৱাৰিলে।
62 The descendants of Delaiah, Tobiah, and Nekoda, 642. দলায়াৰ, টোবিয়াৰ, আৰু নকোদাৰ বংশধৰসকল ছশ বিয়াল্লিশ জন।
63 From the priests: descendants of Hobaiah, Hakkoz, and Barzillai—who married one of Barzillai the Gileadite's daughters and took that family's name. পুৰোহিতসকলৰ: হবয়া, হক্কোচ, আৰু বৰ্জ্জিল্লয়ৰ বংশধৰসকল, বাৰ্জ্জিলয়ে গিলিয়দীয়া বাৰ্জিল্লয়ৰ জীয়েক এজনীক বিয়া কৰিছিল আৰু তেওঁক তেওঁলোক নামেৰেই মতা হৈছিল।
64 These looked for their genealogical records, but found none, so were excluded from the priesthood as unclean. বংশাৱলীত নাম লিখা লোকসকলৰ মাজত এওঁলোকে নিজৰ নিজৰ নাম বিচাৰি নাপালে, সেয়ে তেওঁলোকক অশুচি বুলি গণ্য কৰি, পুৰোহিত বাবৰ পৰা আঁতৰোৱা হ’ল।
65 The governor told them not to eat the most holy food until a priest could consult Urim and Thummim. আৰু দেশাধ্যক্ষই তেওঁলোকক ক’লে যে, উৰীম আৰু তুম্মীমৰ পুৰোহিতৰ সৈতে যেতিয়ালৈকে তেওঁলোক থিয় নহয়, তেতিয়ালৈকে পুৰোহিতে ভগোৱা উৎসৰ্গিত আহাৰ তেওঁলোকক খাবলৈ অনুমতি দিয়া নহঁওক।
66 The whole assembly together numbered 42,360, সমাজত সমবেত হোৱা লোকসকল সৰ্ব্বমুঠ বিয়াল্লিশ হাজাৰ তিনি শ ষাঠি জন আছিল।
67 besides their 7,337 male and female servants; and they had 245 male and female singers. তাৰ উপৰিও তেওঁলোকৰ সাত হাজাৰ তিনি শ সাতত্ৰিশ জন দাস-দাসী আছিল। তেওঁলোকৰ দুশ পঞ্চল্লিশ জন গায়ক আৰু গায়িকা আছিল।
68 They had 736 horses, 245 mules, তেওঁলোকৰ সাত শ ছয়ত্ৰিশটা ঘোঁৰা, দুশ পঞ্চল্লিশটা খচ্ছৰ,
69 435 camels, and 6,720 donkeys. চাৰিশ পঁয়ত্ৰিশটা উট, আৰু ছয় হাজাৰ সাত শ বিশটা গাধ আছিল।
70 Some family heads gave to the work. The governor gave to the treasury 1,000 gold coins, 50 bowls, and 530 priestly garments. পূৰ্বপুৰুষৰ পৰিয়ালৰ মূখ্য লোক সকলৰ মাজৰ কিছুমানে সেই কামৰ বাবে দান দিলে। দেশাধ্যক্ষই ভঁৰালত এক হাজাৰ সোণৰ মূদ্রা, পঞ্চাশটা চৰিয়া, আৰু পুৰোহিতৰ বাবে পাঁচ শ ত্ৰিশ খন বস্ত্ৰ দিলে।
71 Some family heads gave the work's treasury 20,000 gold coins and about 2,750 pounds of silver. পূৰ্বপুৰুষৰ মূখ্য লোকসকলৰ কিছুমানে কামৰ বাবে ভঁৰালত বিশ হাজাৰ সোণৰ মূদ্রা আৰু দুই হাজাৰ দুশ ৰূপ মূদ্রা দিলে।
72 The rest of the people gave 20,000 gold coins, about 2,500 pounds of silver, and 67 priestly garments. অৱশিষ্ট লোকসকলে বিশ হাজাৰ সোণৰ মূদ্রা আৰু দুই হাজাৰ ৰূপৰ মূদ্রা, আৰু পুৰোহিতৰ বাবে সাতষষ্ঠি খন বস্ত্ৰ দিলে।
73 The priests, Levites, gatekeepers, singers, some of the people, temple servants, and all Israel settled in their towns. By the seventh month, Israel's people were in their towns. পুৰোহিত, লেবীয়া, দুৱৰী, গায়ক, আৰু কিছু সংখ্যক লোকে, মন্দিৰৰ দাস, আৰু সকলো ইস্ৰায়েল লোকে নিজৰ নিজৰ নগৰত বাস কৰিলে। সপ্তম মাহত ইস্রায়েলৰ লোকসকলে নিজৰ নিজৰ নগৰত সংস্থাপন কৰিলে।
FHB

Scripture from Father’s Heart Bible™. © 2026 Spirit Media Publishing, the imprint of Spirit Media Inc. All rights reserved. In Divine Voice™ Color, the words spoken by our Father show in blue, the words of the Son in red, and the words of the Spirit in purple.

IRVAsm

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.
Indian Revised Version (IRV) Assamese - 2019 · Creative Commons - Attribution-ShareAlike [CC BY-SA]